ETV Bharat / state

মৰিয়নীত চাহ শ্রমিকৰ গৃহত নৈশ আহাৰ গ্ৰহণ হৰিশ ৰাৱটৰ

মৰিয়নী সোণোৱাল বাগিছাৰ 13 নম্বৰ লাইনৰ এঘৰ চাহ শ্ৰমিক ঘৰত নিশা অহাৰো গ্ৰহণ কৰে হৰিশ ৰাৱটৰ লগতে উপস্থিত প্ৰতিজন নেতা-কৰ্মীয়ে।

author img

By

Published : Feb 21, 2020, 8:54 AM IST

মৰিয়নীত উপস্থিত হৰিশ ৰাৱট
মৰিয়নীত উপস্থিত হৰিশ ৰাৱট

মৰিয়নী, 21 ফেব্ৰুৱাৰীঃ মৰিয়নীত আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ । দুদিন পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে মৰিয়নীত এখন দলীয় সভা সম্বোধন কৰি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল। বৃহস্পতিবাৰে নিশা মৰিয়নীত উপস্থিতি হয় উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটৰ লগতে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ব্ৰজেন সন্দিকৈৰ লগতে কেবাগৰাকীও কংগ্ৰেছী নেতা।

মৰিয়নীত উপস্থিত হৰিশ ৰাৱট

মৰিয়নী সোণোৱাল বাগিছাৰ 13 নম্বৰ লাইনৰ এঘৰ চাহ শ্ৰমিক ঘৰত নিশা অহাৰো গ্ৰহণ কৰে হৰিশ ৰাৱটৰ লগতে উপস্থিত প্ৰতিজন নেতা-কৰ্মীয়ে। উল্লেখ্য যে, বিজেপিৰ মিছন 100 অসমত ফ্ল'প হব বুলিয়ো মন্তব্য কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ আজিৰে পৰাই শিৱদৌলত আৰম্ভ শিৱৰাত্ৰী মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.