ETV Bharat / state

আলফা স্বাধীনত মোক্ষম আঘাতঃ থুমুং,জাষ্টিন আৰু আদৰ্শৰ আত্মসমৰ্পণ - Surrender

পুনৰ আলফা স্বাধীনত মোক্ষম আঘাত ৷ সংগঠনটোত আভ্যন্তৰীণ সংঘাত অব্যাহত থকাৰ মাজতে এইবাৰ তিনিজনকৈ আলফা সদস্যৰ আত্মসমৰ্পণ ৷

আলফা স্বাধীনত মোক্ষম আঘাতঃ থুমুং,নিঞ্জা আৰু আদৰ্শৰ আত্মসমৰ্পণ
author img

By

Published : Apr 26, 2019, 10:50 AM IST

  • আলফা(স্বাধীন)ত সংঘাত অব্যাহত
  • আলফা স্বাধীনৰ জ্যেষ্ঠ নেতা লেফটেনেণ্ট ভাস্কৰ বৰা ওৰফে থুমুং অসম ওৰফে ভাইটি অসম সহ লেফটেনেণ্ট নিজান দলে ওৰফে জাষ্টিন অসম আৰু আদৰ্শ অসমৰ আত্মসমৰ্পণ
    ETV BHARAT
    জাষ্টিন অসম
  • বৃহস্পতিবাৰে নিশা অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আলফাৰ এই তিনিজন নেতাই
    ETV BHARAT
    থুমুং অসম
  • তিনিওজনৰ বিৰুদ্ধে কিছুদিনৰ পূৰ্বে আলফাই সংগঠন বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল

BIG BREAKING ETV BHARAT EXCLUSIVE

আলফা(স্বাধীন)ত সংঘাত অব্যাহত

পুনৰ আত্মসমৰ্পণ আলফা স্বাধীনৰ জেষ্ঠ নেতা লেফটেনেণ্ট ভাস্কৰ বৰা ওৰফে থুমুং অসম ওৰফে ভাইটি অসম সহ লেফটেনেণ্ট নিজান দলে ওৰফে নিঞ্জা অসম আৰু আদৰ্শ অসমৰ

বৃস্পতিবাৰে নিশা অসম আৰক্ষীৰ ওচৰত আত্মসমপন কৰে  আলফাৰ এই তিনিজন নেতাই

জেষ্ঠ নেতা ভাস্কৰ বৰা ওৰফে থম অসম ওৰফে ভাইটি অসম আৰু নিজান দলে ওৰফে নিঞ্জা অসমক কিছুদিনৰ পূৰ্বে আলফাই সংগঠন বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.