ETV Bharat / state

ডিগবৈত বন্যহস্তীৰ সন্ত্ৰাস: আতংকিত গঞা ৰাইজ

উজনিত ভয়াৱহ ৰূপত হাতী মানুহৰ সংঘাত ৷ হাতীৰ জাকে তহিলং কৰিল ডিগবৈৰ ঢেকীয়াজানৰ ধাননি পথাৰ ৷

ডিগবৈত বন্যহস্তীৰ সন্ত্ৰাস: আতংকিত গঞা ৰাইজ
author img

By

Published : Nov 14, 2019, 11:55 PM IST

ডিগবৈ,14 নৱেম্বৰ: উজনিত অব্যাহত আছে হাতী-মানুহৰ সন্ত্ৰাস ৷ পুনৰ ডিগবৈ ঢেকীয়াজান খালগাৱত উপদ্ৰৱ চলাইছে বনৰীয়া হাতীৰ জাকে ৷ যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে ঢেকীয়াজান খালগাঁৱৰ গঞা ৰাইজ ৷ ঘটনা অনুসৰি ঢেকীয়াজান অঞ্চলত বিচৰণ কৰি থকা হাতীৰ জাকটোৰ মাজৰে এটা পোৱালি গাতত সোমাই যোৱাত হাতীৰ জাকটোৱে বহুসময় অঞ্চলটোত বিচৰণ কৰি হাতী পোৱালিটো উদ্ধাৰ কৰে আৰু তাৰ পাছতে উপদ্ৰৱ চলাই ধাননি পথাৰত ৷ ইফালে ঘটনা সন্দৰ্ভত ৰাইজে বনবিভাগক খবৰ দিয়াত ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হয় যদিও দলটো পলমকৈ উপস্থিত হোৱাত ৰাইজে তেওঁলোকক কৰ্কথনা কৰে ৷

ডিগবৈত বন্যহস্তীৰ সন্ত্ৰাস: আতংকিত গঞা ৰাইজ

লগতে চাওকঃলাডেনৰ স্বাস্থ্যৰ বুজ লবলৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিধায়ক পদ্ম হাজৰিকা

Intro:

ডিগবৈ ঢেকীয়াজান খালগাৱত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷

V.O.---ডিগবৈ ঢেকীয়াজান খালগাৱত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ এটা হাতী জাকে তহিলং কৰিলে অঞ্চলৰ ধাননি পথাৰ ৷

হাতীৰ জাকটোৰ লগত থকা এটা পোৱালি গাত এটাত সোমাই পৰাত বহু সময় হাতীৰ জাকটো উক্ত স্থানত বিচৰন কৰে ৷ পাছত বহু চেষ্টাৰ কৰি মাকজনীয়ে পোৱালিটো উদ্ধাৰ কৰে ।ৰাইজৰ মাজত আতংক বিৰাজ কৰাত ডিগবৈ বন বিভাগ ক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো বহু পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱাত ৰাইজে আৱদ্ধ কৰি কৰ্কথনা কৰে ৷
Body:Byte-- স্থানীয় লোক।Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.