ETV Bharat / state

ডুমডুমাত আৰক্ষীৰ জালত ৬ ড্ৰাগছ সেৱনকাৰী

author img

By

Published : May 30, 2021, 6:22 PM IST

শনিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে চলোৱা অভিযানত আটক ৬ জনকৈ ড্ৰাগছ সেৱনকাৰী । পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীকুমাৰ নেওগ, আৰক্ষী বিষয়া ৰমনী সোণোৱাল আৰু বৰডুমচা আৰক্ষী থানাৰ উপ-আৰক্ষী পৰিদৰ্শক অপূৰ্ব দাসৰ সহযোগত মাৰ্ঘেৰিটাৰ প্ৰশাসনিক বিষয়া পোনা গগৈৰ নেতৃত্বত চলিছিল এই অভিযান ।

doomdooma drugs
ডুমডুমাত আৰক্ষীৰ জালত ৬ ড্ৰাগছ সেৱনকাৰী

ডুমডুমা, ৩০ মে': ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ এটাৰ পিছত আনটো সফল অভিযান । বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলা আৰক্ষীও সষ্টম হৈছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে । শনিবাৰে নিশা তিনিচুকীয়া আৰক্ষীয়ে চলোৱা অভিযানত আটক ৬ জনকৈ ড্ৰাগছ সেৱনকাৰী ।

doomdooma drugs
ডুমডুমাত আৰক্ষীৰ জালত ৬ ড্ৰাগছ সেৱনকাৰী

পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীকুমাৰ নেওগ, আৰক্ষী বিষয়া ৰমনী সোণোৱাল আৰু বৰডুমচা আৰক্ষী থানাৰ উপ-আৰক্ষী পৰিদৰ্শক অপূৰ্ব দাসৰ সহযোগত মাৰ্ঘেৰিটাৰ প্ৰশাসনিক বিষয়া পোনা গগৈৰ নেতৃত্বত চলিছিল এই অভিযান ।

আৰক্ষীৰ জালত পৰা সেৱনকাৰী কেইজন ৰিতুকঠালগুৰি গাঁৱৰ সুৰজ মৰাণ,হেমন্ত মুদৈ,পোপুল চেতিয়া,ৰাকেশ মহন্ত,বিনোদ গোহাঁই আৰু অৰবিন্দ খাটুৱাল বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে আটক কৰা লোককেইজনৰ বিৰুদ্ধে এনডিপিএচ আইনৰ অধীনত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:ড্ৰাগছ কিনি ৰাইজৰ ৰোষত পৰিল এজন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.