ETV Bharat / state

বিধায়ক দুর্গা ভূমিজৰ 3 ঘন্টীয়া অৱস্থান ধর্মঘট

author img

By

Published : Jul 12, 2019, 7:03 PM IST

37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডুমডুমা অংশত জৰাজীৰ্ণ অৱস্থা আৰু ডুমডুমা মহাবিদ্যালয়ত 732 গৰাকী ছাত্ৰ-ছাত্ৰী উচ্চ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিবাদত বিধায়ক দূর্গা ভূমিজৰ 3 ঘন্টীয়া অৱস্থান ধর্মঘট ।

বিধায়ক দুর্গা ভূমিজৰ 3 ঘন্টীয়া অবস্থান ধর্মঘট

ডুমডুমা,12জুলাইঃ ডুমডুমা মহাবিদ্যালয়ত বহু ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তিৰ পৰা বঞ্চিত হোৱা,ডুমডুমাত নতুন এখন মহাবিদ্যালয় প্ৰতিষ্ঠা নোহোৱা আৰু 37নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি নোহোৱাৰ প্ৰতিবাদত ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজে শুকুৰবাৰে দিনৰ 11 বজাৰ পৰা ডুমডুমা চহৰস্থিত গান্ধী মূৰ্তিৰ সন্মুখত 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে 37নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ডুমডুমা চহৰ অঞ্চলত সৃষ্টি হোৱা বৃহৎ গাঁত বাৰিষাৰ পানীত পুখুৰী সদৃশ হৈ পৰাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰী লগতে সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে । লগতে ডুমডুমাৰ একমাত্ৰ মহাবিদ্যালয়খনত আসনৰ সংখ্যাৰ অনুপাতে অঞ্চলটোত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 3 গুণ অধিক হোৱাৰ ফলত প্ৰতেক বছৰে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । যাৰ বাবে শুকুৰবাৰে এইদৰে প্ৰতিবাদ বহিল খোদ বিধায়ক দুর্গা ভূমিজ ৷ ইপিনে শুকুৰবাৰৰ এই প্ৰতিবাদস্থলীত অঞ্চলটোৰ কেইবাজনো ব্যক্তিৰ লগতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ- ছাত্ৰীয়েও বিধায়ক গৰাকীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

Intro:Date: 12/07/2019

Slug: বিধায়ক দূর্গা ভূমিজৰ 3 ঘন্টীয়া অবস্থান ধর্মঘট ।

V/O: ডুমডুমাৰ বিধায়ক দূৰ্গা ভূমিজে আজি দিনৰ 11 বজাৰ পৰা ডুমডুমা চহৰস্থিত গান্ধী মূর্তিৰ সন্মোখত 3 ঘন্টিয়া অবস্থান ধৰ্মঘট ৰূপায়ণ কৰে । 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডুমডুমা অংশত জৰাজীৰ্ণ অবস্থা হোৱাত যান-বাহনকে আদি কৰি সৰ্ব সাধাৰণ ৰাইজে জীয়াতু ভুগি থকাৰ প্ৰতিবাদ জনাই লগতে ডুমডুমা মহাবিদ্যালয়ত 732 গৰাকী ছাত্ৰ- ছাত্ৰী উচ্চ মাধ্যমিক শ্রেণীত নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিবাদত বিধায়ক গৰাকীয়ে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে, 37 নং ৰাষ্ট্ৰীয় ঘাইপথটিৰ ডুমডুমা চহৰ অঞ্চলত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাত বাৰিষাৰ পানীত পুখুৰী সদৃশ হৈ পৰাত ফলত স্কুলীয়া ছাত্ৰ -ছাত্ৰী লগতে সর্বসাধাৰণ ৰাইজ জীয়াতু ভুগিব লগা হৈছে । লগতে ডুমডুমাৰ একমাত্ৰ মহাবিদ্যালয়খনত আসনৰ সংখ্যাৰ অনুপাতে অঞ্চলটোত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ -ছাত্ৰীৰ সংখ্যা 3 গুন অধিক হোৱা ফলত প্রতেক বছৰ বহু সংখ্যক ছাত্ৰ- ছাত্ৰী উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হব লগিয়া হৈছে । বিভিন্ন জাতীয় সংগঠন আৰু বিধায়াক গৰাকীয়ে ডুমডুমাত এখন মহিলা মহাবিদ্যালয় দাবী জনাই আহিছে যদিও বৰ্তমানলৈকে চৰকাৰে কোনো ধৰণৰ ব্যবস্থা গ্ৰহন কৰা নাই। আজিৰ প্ৰতিবাদ স্থলীত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তিসকলৰ লগতে উচ্চ শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ- ছাত্ৰীসকলেও বিধায়ক গৰাকীৰ প্রতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

Byte : দূৰ্গা ভূমিজ, বিধায়ক, ডুমডুমা।Body:Date: 12/07/2019

Byte : দূৰ্গা ভূমিজ, বিধায়ক, ডুমডুমা।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.