ETV Bharat / state

ডিগবৈ ৰিফাইনেৰীৰ কাৰ্যালয়ৰ সন্মুখত ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ

হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন শ্ল'গানেৰে ঠিকাদাৰৰ প্ৰতিবাদ ৷ সা-সুবিধা প্ৰদানৰ দাবী আই অ চি এল ঠিকাদাৰৰ

author img

By

Published : Aug 22, 2019, 4:53 AM IST

ডিগবৈ ৰিফাইনেৰীৰ কাৰ্যালয়ৰ সন্মুখত ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ

তিনিচুকীয়া, 22 আগষ্ট : ভাৰতীয় তেল নিগম, ডিগবৈৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আই অ চি এল ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ ৷ বিভিন্ন সমস্যা সমূহৰ লগতে কেতবোৰ সা-সুবিধা প্ৰদানৰ দাবীত এক ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ঠিকাদাৰসকলে । হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে ঠিকাদাৰ সকলৰ নায্য প্ৰাপ্তি শীঘ্ৰে মোকলাই দিবলৈ দাবী জনাই এ অ ডিৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ মূল দ্বাৰৰ সন্মুখত উত্তাল কৰি তোলে। শেহতীয়াকৈ এ অ ডিৰ শীৰ্ষ বিষয়া সকলৰ বিৰুদ্ধে মইমতালি আৰু স্বজন-তোষণ অভিযোগ উত্থাপিত হৈছে ৷

Intro:ডিগবৈ ৰিফাইনেৰীৰ কাৰ্যালয়ৰ মুখ্য প্ৰৱেশ দ্বাৰ সন্মুখত IOC(AOD)ৰ ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ।

তিনিচুকীয়া,২১ আগষ্ট:-
ভাৰতীয় তেল নিগম(অসম তেল সংমণ্ডল), ডিগবৈৰ মুখ্য কাৰ্যলয়ৰ সন্মুখত আজি পুৱাৰে পৰা আই অ চি এল (এ অ ডি ) ঠিকাদাৰ সন্থাই বিভিন্ন সমস্যা সমূহৰ লগতে কেতবোৰ সা-সুবিধা প্ৰাপ্তিৰ দাবীত এক ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে। ঠিকাদাৰসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে ঠিকাদাৰ সকলৰ নায্য প্ৰাপ্তি শীঘ্ৰে মোকলাই দিবলৈ দাবী জনাই এঅ ডিৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ মূল দ্বাৰৰ সন্মুখত উত্তাল কৰি তোলে। শেহতীয়াকৈ এঅডিৰ শীৰ্ষ বিষয়া সকলৰ মইমতালি আৰু স্বজন-তোষণ নীতিৰ বাবে সময়ে সময়ে ঠিকাদাৰসকলে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈ আহিছে। এইক্ষেত্ৰত এইবাৰ এ অ ডিৰ প্ৰশাসনীয় শীৰ্ষ বিষয়াসকলে কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব|Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.