ETV Bharat / state

ফিল'বাৰীত গোৰ্খাসকলৰ দেউচী উৰুৱা উৎসৱ উদযাপন - ফিল'বাৰীৰ বাতৰি

গোৰ্খা জনগোষ্ঠীৰ লোকসকলে পালন কৰি অহা উৎসৱসমূহৰ অন্যতম হ'ল তিহাৰ উৎসৱ ৷ তিহাৰৰ লগতে দেউচী উৰুৱা উৎসৱো পালন কৰা হয় ৷ তিনিচুকীয়াৰ ফিল'বাৰীতো উলহ-মালহেৰে পালন কৰা হয় দেউচী উৰুৱা উৎসৱ ৷

দেউচী উৰুৱা উৎসৱ উদযাপন
author img

By

Published : Nov 13, 2019, 8:00 PM IST

ডুমডুমা, 13 নৱেম্বৰ: অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে পালন কৰি অহা উৎসৱসমূহৰ অন্যতম হ'ল তিহাৰ উৎসৱ । তিহাৰৰ লগতে দেউচী উৰুৱা উৎসৱো পালন কৰা হয় । কাতি মাহৰ শুক্লা প্ৰতিপদৰ পৰা পূৰ্ণিমালৈকে গোৰ্খাসকলে এই উৎসৱ পালন কৰে ৷

DEUSI URUSA FESTIVAL CELEBRATED IN FILOBARI BY THE GURKHA COMMUNITY
দেউচী উৰুৱা উৎসৱ উদযাপন

তিহাৰত গাঁৱৰ ডেকা-গাভৰু লগ হৈ ঘৰে-ঘৰে গৈ দেউচী-ভৈলী পৰিৱেশন কৰে ৷ উক্তদিনটোত গাঁৱৰ ডেকা-বুঢ়া, যুৱক-যুৱতী লগ হৈ দেউচী উৰুৱা উৎসৱ পালন কৰে । অসমৰ অন্যতম গোৰ্খা জনবহুল ঠাই তিনিচুকীয়াৰ ফিল'বাৰীতো দেউচী উৰুৱা উৎসৱ উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হ'ল ।

গোৰ্খাসকলৰ দেউচী উৰুৱা উৎসৱ

ফিল'বাৰীৰ ৰংপুৰ ৰাজহুৱা খেলপথাৰত ভানুভক্ত যুৱক সংঘ আৰু ভানুপ্ৰিয়া মহিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা এই উৎসৱত জনগোষ্ঠীটোৰ দেউচী-ভৈলী, সংগীনি নৃত্য প্ৰদৰ্শন কৰা হয় ৷ লগতে চেল ৰুটি বা মালা ৰুটিৰে উপস্থিত সকলোকে আপ্যায়ন কৰা হয় । আগন্তুক বৰ্ষৰ বাবে গোৰ্খাসকলে দেউচী উৰুৱা উৎসৱৰ জৰিয়তে তিহাৰক বিদায় দিয়ে ।

লগতে পঢ়ক : ধৰ্মগ্ৰন্থৰ নামতো বেপাৰ চলে অসমত

Intro:Date: 13-11-2019

Slug: ফিল'বাৰীত গোৰ্খা জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰিলে "দেউচী উৰুৱা" উৎসৱ ।

V/O: অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে পালন কৰি অহা উৎসৱসমূহৰ অন্যতম হ'ল তিহাৰ উৎসৱ । কাতি মাহৰ শুক্লা প্ৰতিপদাৰ পৰা পুৰ্ণিমালৈকে জনগোষ্ঠীটোৰ লোকসকলে পালন কৰে তিহাৰৰ লগতে দেউচী-ভৈলী । তিহাৰত গাঁৱৰ সকলো ডেকা-গাভৰু ল'গ হৈ ঘৰে-ঘৰে গৈ দেউচী-ভৈলী গায় আনন্দত মতলীয়া হ'য় । পুৰ্ণিমাৰ দিনা গাঁৱৰ ডেকা-বুঢ়া, যুৱক-যুৱতী সকলো লগ হৈ "দেউচী উৰুৱা" উৎসৱ পালন কৰে । অসমৰ অন্যতম গোৰ্খা জনবহুল তিনিচুকীয়া জিলাৰ ফিল'বাৰীতো পুৰ্ণিমাৰ সন্ধিয়াৰ পৰা নিশালৈ "দেউচী উৰুৱা" উৎসৱ অতি উলহ-মালহেৰে পালন কৰা পৰিলক্ষিত হ'ল । ফিল'বাৰীৰ ৰংপুৰ ৰাজহুৱা খেলপথাৰত ভানুভক্ত যুৱক সংঘ আৰু ভানুপ্ৰিয়া মহিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা "দেউচী উৰুৱা" উৎসৱত গোৰ্খা জনগোষ্ঠীৰ দেউচী-ভৈলী, সঙ্গীনি নৃত্যৰ লগতে 'চেল ৰুটি' বা 'মালা ৰুটি' ৰে উপস্থিত সকলোকে আপ্পায়ন কৰা হ'য় । অাগন্তুক এটা বৰ্ষৰ বাবে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে "দেউচী উৰুৱা" উৎসৱৰ জড়িয়তে তিহাৰক বিদায় দিয়ে ।

Byte: উদ্যোগতা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 13-11-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.