ETV Bharat / state

অমিত শ্বাহে বিজেপিক উদ্ধাৰ কৰিবলৈ তাবিজ লবলৈ অসমলৈ আহিছে: দেবব্ৰত শইকীয়া - ডুমডুমা

বিজেপিক কটাক্ষ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ৷ অমিত শ্বাহৰ অসম ভ্ৰমণক লৈ মন্তব্য দেবব্ৰত শইকীয়াৰ ৷

debabrat-saikia-reaction-on-bjp
অমিত শ্বাহে বিজেপিক উদ্ধাৰ কৰিবলৈ তাবিজ লবলৈ অসমলৈ আহিছে: দেবব্ৰত শইকীয়া
author img

By

Published : Feb 16, 2021, 10:25 PM IST

তিনিচুকীয়া, 16 ফেব্ৰুৱাৰী : অমিত শ্বাহে অসমত বিজেপিক উদ্ধাৰ কৰিবলৈ বেজৰ পৰা তাবিজ লবলৈ অসমলৈ আহিছিল । এই মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ ৷ মঙলবাৰে ডুমডুমাত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান দেবব্ৰত শইকীয়াৰ ৷

উল্লেখযোগ্যে যে, 21 ডিচেম্বৰত আলফা (স্বা:) এ অৰুণাচল প্ৰদেশস্থিত "কুইপ্প" অইল এণ্ড গেছ লিমিটেডৰ দুজন বিষয়াক অপহৰণ কৰিছিল । আলফা (স্বা:) এ তৈল প্ৰতিষ্ঠানটোৰ দুই বিষয়াক অপহৰণ কৰি মুক্তিপন হিচাপে কোম্পানীটোৰ পৰা এক বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি বাতৰিত প্ৰকাশ পোৱাৰ লগতে 16 ফেব্ৰুৱাৰীলৈকে অন্তিম সময়সীমা বান্ধি দিয়াৰ কথা আলফা (স্বা:) ৰ ফালৰ পৰা স্পষ্ট কৰি দিছিল ।

বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ মন্তব্য

লগতে পঢ়ক : আলােচনালৈ আগ্রহী পিডিচিকে, একপক্ষীয় যুদ্ধবিৰতি ঘােষণা

এই সম্পৰ্কে ডুমডুমাত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই কয় যে, কিছুদিন পূৰ্বে ভাৰতৰ গৃহমন্ত্ৰী চৰকাৰী খৰচত অসমলৈ আহি চৰকাৰী অতিথিশালাত থাকি বাবাজিৰ পৰা তাবিজ লবলৈ আহিছিল গৃহমন্ত্ৰী গৰাকীৰ তাবিজ হেৰুৱাৰ বাবে নিৰ্বাচনৰ জিকিবলৈ তাবিজ লবলৈ আহিছিল কিন্তু আত্মনিৰ্ভৰ ভাৰতক শ্ল'গান দিয়া প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীয়ে দেশৰ শক্তিক্ষেত্ৰত নিয়োজিত দুজন বিষয়াৰ প্ৰানৰ নিচ্চয়তা নথকা সময়ত কোনো এগৰাকী মন্ত্ৰীৰ মুখৰ মাত নোহোৱা বুলি উল্লেখ কৰে ৷ অন্যহাতে, অপহৃত দুই বিষয়াক সু-শৰীৰে নিজ পৰিয়ালৰ ওচৰলৈ আহিব পাৰে তাৰ বাবে পৰেশ বৰুৱাই মহানতা দেখুৱাই দয়াৱান হ'বলৈ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই পৰেশ বৰুৱাক অনুৰোধ জনায় ৷

লগতে পঢ়ক : "বাওঁপন্থী"ৰ পৰিৱৰ্তে গেৰুৱা হ'ল ভূৱন পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.