ডুমডুমা,19জুনঃ ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি উতপ্ত হৈ পৰিল ডুমডুমাৰ পৰিৱেশ । মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি প্ৰতি বছৰেই উদ্ভৱ হয় এক অনাকাংশিত পৰিস্থিতিৰ । ডুমডুমাৰ লগতে ইয়াৰ পাৰ্চৱৰ্তী অঞ্চলবিলাকৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যালয়খনত পৰ্যাপ্ত আসনৰ সংখ্যা কম হোৱাৰ বাবেই এই অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি হ'য় । মহাবিদ্যালয়খনত শ্নাতক প্ৰথম ষাণ্মাসিকত ৩০০ আসনৰ পৰিৱৰ্তে প্ৰ-পত্ৰ জমা কৰিছে প্ৰায় ১১৬২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে । যাৰ ফলত সংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল । মহাবিদ্যালয়খনৰ এই সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে মঙলবাৰে ডুমডুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰুধ কৰিছিল কেইবাটাও ছাত্ৰ সংগঠনে । পাচত বুধবাৰেও পুনৰ ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । আটছাৰ উদ্যোগত গোৰ্খা ছাত্ৰ সন্থা আৰু বাঙালী ফেডাৰেচনৰ লগতে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ সহযোগত ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । ডুমডুমা মহাবিদ্যালয়খনত আসন বৃদ্ধিৰ লগতে ২০১৮ বৰ্ষৰ বাজেটত অসম চৰকাৰে ধাৰ্য কৰা ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে । লগতে মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাটো চৰকাৰীকৰণ কৰাৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে ।
নামভৰ্তিক কেন্দ্ৰ কৰি উত্তপ্ত ডুমডুমা মহাবিদ্যালয় - উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষা
ডুমডুমাৰ লগতে ইয়াৰ পাৰ্চৱৰ্তী অঞ্চল সমূহৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যালয়খনত পৰ্যাপ্ত আসনৰ সংখ্যা কম হোৱাৰ বাবেই এই অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি হ'য় ।
ডুমডুমা,19জুনঃ ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি উতপ্ত হৈ পৰিল ডুমডুমাৰ পৰিৱেশ । মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি প্ৰতি বছৰেই উদ্ভৱ হয় এক অনাকাংশিত পৰিস্থিতিৰ । ডুমডুমাৰ লগতে ইয়াৰ পাৰ্চৱৰ্তী অঞ্চলবিলাকৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যালয়খনত পৰ্যাপ্ত আসনৰ সংখ্যা কম হোৱাৰ বাবেই এই অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি হ'য় । মহাবিদ্যালয়খনত শ্নাতক প্ৰথম ষাণ্মাসিকত ৩০০ আসনৰ পৰিৱৰ্তে প্ৰ-পত্ৰ জমা কৰিছে প্ৰায় ১১৬২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে । যাৰ ফলত সংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল । মহাবিদ্যালয়খনৰ এই সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে মঙলবাৰে ডুমডুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰুধ কৰিছিল কেইবাটাও ছাত্ৰ সংগঠনে । পাচত বুধবাৰেও পুনৰ ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । আটছাৰ উদ্যোগত গোৰ্খা ছাত্ৰ সন্থা আৰু বাঙালী ফেডাৰেচনৰ লগতে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ সহযোগত ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । ডুমডুমা মহাবিদ্যালয়খনত আসন বৃদ্ধিৰ লগতে ২০১৮ বৰ্ষৰ বাজেটত অসম চৰকাৰে ধাৰ্য কৰা ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে । লগতে মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাটো চৰকাৰীকৰণ কৰাৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে ।
Sluge: ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি আজি পুণৰ উতপ্ত ডুমডুমা ৰাজহ চক্ৰ কাৰ্যালয় ।
V/O: প্ৰত্যেক বছৰৰ দৰে এই বছৰো ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি উতপ্ত হৈ পৰিল ডুমডুমাৰ পৰিৱেশ । মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি প্ৰতি বছৰেই উদ্ভৱ হ'য় এক অনাকাংশিত পৰিস্থিতিৰ । ডুমডুমাৰ লগতে ইয়াৰ পাৰ্চৱৰ্তী অঞ্চলবিলাকৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰিক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যালয়খনত পৰ্যাপ্ত আসনৰ সংখ্যা কম হোৱাৰ বাবেই এই অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি হ'য় । মহাবিদ্যালয়খনত শ্নাতক প্ৰথম ষাণ্মাৰষিকত ৩০০ আসনৰ পৰিৱৰ্তে প-পত্ৰ জমা কৰিছে প্ৰায় ১১৬২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে । অন্যহাতে মহাবিদ্যালয়খনত বিগত বছৰসমূহত পোৱাৰ পাঠদান ( Morning Shifts) ৰ ব্যৱস্থা কৰা হৈছিল যদিও চৰকাৰৰ কিছুমান ভূল নিতিৰ বাবে এই Morning Shiftsৰ পাঠদান বৰ্তমান বন্ধ হৈ পৰিছে । যাৰ ফলত সংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল । মহাবিদ্যালয়খনৰ এই সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে মঙ্গলবাৰে ডুমডুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰুধ কৰিছিল কেইবাটাও ছাত্ৰ সংগঠনে । বুধবাৰে পুণৰ ডুমডুমা মহাবিদ্যালয়ৰ নামভৰ্তিক কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । আটছাৰ উদ্যোগত গোৰ্খা ছাত্ৰ সন্থা আৰু বাঙালী ফেডাৰেচনৰ লগতে নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ সহযোগত ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মূখত
এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । ডুমডুমা মহাবিদ্যালয়খনত আসন বৃদ্ধিৰ লগতে ২০১৮ বৰ্ষৰ বাজেটত অসম চৰকাৰে ধাৰ্য কৰা ডুমডুমা আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে ।লগতে মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাটো চৰকাৰীকৰণ কৰাৰো দাবী জনাই । উল্লেখযোগ্য যে ২০১৬ চনতেই তদানিন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুমডুমাত এখন আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল । ফলস্বৰূপে ২০১৮ চনৰ বাজেতত এই সম্পৰ্কে ধন ধাৰ্য কৰা হৈছিল যদিও আজি প্ৰজন্ত আদৰ্শ মহাবিদ্যালয় স্থাপনৰ প্ৰাথমিক কামো আগবঢ়া পৰিলক্ষিত হোৱা নাই । যাৰ পৰিপেক্ষিতত অঞ্চলটোৰ বহুসংক্ষক ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে । এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে অঞ্চলটোৰ জাতিয় আৰু জনগোষ্ঠীয় ছাত্ৰ সংগঠসমূহে ।
Byte: ছাত্ৰ নেতা ।
Byte: ছাত্ৰ-ছাত্ৰী ।Body:Date: 19-06-2019

Byte: ছাত্ৰ-ছাত্ৰী ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।