ETV Bharat / state

তিনিচুকীয়াৰ ফিল'বাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Nov 25, 2019, 11:19 PM IST

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত অধীনৰ ডুমডুমা-ফিল'বাৰী সংযোগী ৪.২০ কিলোমিটাৰ পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ ৷ নিম্ন মানদণ্ডৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি ৰাইজৰ উত্তেজনাৰ বহি:প্ৰকাশ ৷ আন্দোলনৰ হুংকাৰ ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

ফিল'বাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ডুমডুমা, 25 নৱেম্বৰ: তিনিচুকীয়া জিলাৰ ফিল'বাৰীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ যোজনাৰ অধীনত ডুমডুমাৰ পৰা ফিল'বাৰী সংযোগী পথৰ পৰা 1নং হোলোং নগাঁৱলৈকে প্ৰায় 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা ৪.২০ কিলোমিটাৰ পথটোৰ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে উঠিছে গাফিলতিৰ অভিযোগ ৷ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে পথটোৱা নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ ৷ খোদ ৰাইজে নিৰ্মাণৰত পথটো পৰীক্ষা কৰি আৱিষ্কাৰ কৰিলে এই ভয়ংকৰ জালিয়াতিৰ তথ্য ৷ তাৰ পাছতেই এতিয়া ঠিকাদাৰৰ কামক লৈ বহিঃপ্ৰকাশ ঘটিছে ৰাইজৰ ক্ষোভ ৷ ইফালে পথছোৱাৰ লগতে পথৰ চাইদবাম্ব সমূহ ঠেক আৰু খহি পৰা পৰিলক্ষিত হৈছে ৷

ৰাইজৰ অভিযোগ পথটোৰ নিৰ্মাণত এনেদৰে নিম্নমানৰ কাম কৰি ঠিকাদাৰ আৰু অভিযন্তাই মিলি ৰচনা কৰিছে বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ ৷ গড়কাপ্তানী বিভাগৰ নীতি নিৰ্দেশনাক তিল মাত্ৰাও গুৰুত্ব প্ৰদান নকৰি একমাত্ৰ মুনাফা লাভৰ স্বাৰ্থত পথ নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থা আৰু বিভাগীয় তদাৰকী অভিযন্তাই দুৰ্নীতিৰ বজাৰ মেলি নিম্ন মানদণ্ডৰ নির্মাণকাৰ্য কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন ৷ অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক নিৰ্মাণকাৰী ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থাই, অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৱে ৷

আৰু পঢ়ক: সন্ধানহীন কেৰালাত কৰ্মৰত কলিয়াবৰৰ মন্টু বৰা

Intro:Date: 25-11-2019

Slug: তিনিচুকীয়া জিলাৰ ফিল'বাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি ।

:নিম্ন মানদণ্ডৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাত ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ।

V/O: তিনিচুকীয়া জিলাৰ ফিল'বাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাৰ অধীনৰ ডুমডুমা-ফিল'বাৰী পথৰ পৰা ১ নং হোলোং নগাঁৱলৈকে ৩,৫৭,১৫,১৩৫ টকা ব্যয় সাপেক্ষে প্ৰায় ৪.২০ কিলোমিটাৰ দৈর্ঘৰ নিৰ্মাণ কাৰ্য চলি থকা পথছোৱা ঠিকাদাৰৰ গাফিলতিত নিম্ন মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । পথছোৱাত মাটিৰ ওপৰতেই সামান্য পৰিমাণৰ শিলগুটি দি নিৰ্মাণ কৰি অহাত পথছোৱা নিৰ্মাণ কাৰ্য তদাৰক কৰিবৰ বাবে গঠন কৰা তদাৰক সমিতিৰ লগতে ফিল'বাৰী আৰু বৰডুমচা অঞ্চলৰ বিভিন্ন দল-সংগঠনে একত্ৰিত হৈ পৰিদৰ্শন কৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণ কৰা নিম্নমানৰ পথছোৱাক লৈ ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে । পথছোৱাৰ লগতে এই পথৰ কাষত থকা চাইদ বাম্ব সমূহ ঠেক আৰু খহি পৰাৰ অভিযোগ কৰিছে । ঠিকাদাৰ আৰু অভিযন্তাই মিলি পথটোৰ নিৰ্মাণত এনেদৰে নিম্নমানৰ কাম কৰি ধন আত্মসাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । গড়কাপ্তানি বিভাগৰ নীতি নিৰ্দেশনাক তিল মাত্ৰাও গুৰুত্ব প্ৰদান নকৰি একমাত্ৰ মুনাফা লাভৰ স্বাৰ্থত পথ নিৰ্মাণকাৰী ঠিকাদাৰী সংস্থা আৰু বিভাগীয় তদাৰকী অভিযন্তাই দুৰ্নীতিৰ বজাৰ মেলি নিম্ন মানদণ্ডৰ নির্মাণকাৰ্য কৰাত ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা অঞ্চলটোৰ দল-সংগঠনসমূহ । এই পথছোৱাৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ফিল'বাৰী আঞ্চলিক ছাত্র সন্থাই দাবী জনাইছে অন্যথা জংগী গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে অঞ্চলটোৰ দল-সংগঠন সমূহে ।

Byte: নিৰৱ দত্ত, সভাপতি, ফিল'বাৰী আঞ্চলিক ছাত্ৰ সন্থা ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 25-11-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.