ETV Bharat / state

ডিগবৈত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - Digboi news

ইণ্ডিয়ান অইল দিৱসৰ দিনা ডিগবৈত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । ডিগবৈ শোধনাগাৰে অনুষ্ঠিত কৰা ইণ্ডিয়ান অইল দিৱস অনুষ্ঠানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ডিগবৈত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
author img

By

Published : Sep 1, 2019, 9:40 PM IST

ডিগবৈ, 1 ছেপ্তেম্বৰঃ দেওবাৰে ইণ্ডিয়ান অইল দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হোৱা ডিগবৈ গল্ডেন জুবলী কম্প্লেক্সৰ সন্মুখত ঠিকা শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চুক্তি অনুসৰি ইণ্ডিয়ান অইল কৰ্তৃপক্ষই ঠিকা শ্ৰমিকক সা-সুবিধা প্ৰদান নকৰাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শতাধিক ঠিকা শ্ৰমিকে৷ নিয়ম অনুসৰি ঠিকা শ্ৰমিকক মজুৰি প্ৰদান , কামৰ পৰিচয়-পত্ৰ, সুৰক্ষা সামগ্ৰীৰ লগতে নিয়মিতভাৱে মজুৰি প্ৰদান কৰাৰ লগতে দ্বিপাক্ষিক চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰিবলৈ দাবী জনাই আহিছে ৷ কিন্তু আই অ চি কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ তাৰেই পৰিণতিত দেওবাৰে পালন কৰা অইল দিৱস কাৰ্যসূচীতে প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ৷

Intro:Date: 01-09-2019

Slug: ইণ্ডিয়ান অইল দিৱসৰ দিনা ডিগবৈত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ।

V/O: ডিগবৈৰ শোধনাগাৰে অনুষ্ঠিত কৰা ইণ্ডিয়ান অইল দিৱস অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি ৷ অইল দিৱসৰ কাৰ্যসুচী অনুষ্ঠিত হোৱা ডিগবৈ গল্ডেন জুবলী কম্প্লেক্সৰ সন্মুখত ঠিকা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷ চুক্তি অনুসৰি ঠিকাশ্ৰমিকক সা সুবিধা IOC কৰ্তৃপক্ষই প্ৰদান নকৰাত এই প্ৰতিবাদ ৷ অইল দিৱসৰ কাৰ্যসুচীত IOC ৰ কাৰ্যবাহী সঞ্চালক এচ এচ জন য়ে ভাগ লোৱা সময়তে এই প্ৰতিবাদ ৷ নিয়ম অনুসৰি ঠিকা শ্ৰমিকক মজুৰি প্ৰদান , কামৰ পৰিচয় পত্ৰ, সুৰক্ষা সামগ্ৰীৰ লগতে নিয়মীতভাৱে মজুৰি প্ৰদান কৰাৰ লগতে দ্বিপাক্ষিক চুক্তিৰ দফা সমুহ কৰ্যকৰী কৰিবলৈ দাবী জনাই আহিছে ৷ কিন্তু আই অ চি কৰ্তপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ পৰিণতিত আজি পালন কৰা অইল দিৱস কাৰ্যসুচীতে প্ৰতিবাদ কৰে শ্ৰমিক সকলে ৷

Byte: ঠিকা শ্ৰমিক ।Body:Date: 01-09-2019

Byte: ঠিকা শ্ৰমিক ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.