ETV Bharat / state

মাৰ্ঘেৰিটাত বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন বিধায়ক ভাস্কৰ শৰ্মাৰ

author img

By

Published : Feb 19, 2021, 7:58 PM IST

লিডু গাওঁ পঞ্চায়তে চতুদৰ্শ বিত্তীয় আয়োগৰ দ্বাৰা অনুমোদিত ৪ লাখ ৫০ হাজাৰ টকাৰে নিৰ্মাণ কৰি উলিওৱা বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই । লগতে দুখন বিদ্যালয়লৈ এটিকৈ কম্পিউটাৰ আগবঢ়ায় বিধায়কগৰাকীয়ে ।

মাৰ্ঘেৰিটাত বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন বিধায়ক ভাস্কৰ শৰ্মাৰ
মাৰ্ঘেৰিটাত বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন বিধায়ক ভাস্কৰ শৰ্মাৰ

মাৰ্ঘেৰিটা,১৯ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ অন্তৰ্গত লিডু আদৰ্শ হিন্দী প্ৰাৰ্থমিক বিদ্যালয়ৰ এটি শ্ৰেণীকোঠা শুকুৰবাৰে উদ্বোধন কৰা হয় । লিডু গাওঁ পঞ্চায়তে চতুদৰ্শ বিত্তীয় আয়োগৰ দ্বাৰা অনুমোদিত ৪ লাখ ৫০ হাজাৰ টকাৰে নিৰ্মাণ কৰি উলিওৱা শ্ৰেণীকোঠাটো উদ্বোধন কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ।

ইয়াৰ লগতে দুখন বিদ্যালয়লৈ এটিকৈ কম্পিউটাৰ আগবঢ়ায় বিধায়ক গৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত লিডু গাওঁ পঞ্চায়তৰ সভাপতি শিবু দাস বৰগোলাই, জিলা পৰিষদৰ সদস্য দিবাকৰ ঠাকুৰ, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেব শৰ্মাৰ লগতে বহু বিষয়ববীয়া তথা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।

লগতে পঢ়ক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.