ETV Bharat / state

ছেবাৰ বিৰুদ্ধে ডুমডুমাত চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 2, 2019, 1:54 PM IST

বৈচিত্ৰ্যময় অসম শীৰ্ষক বিষয়ত চুতীয়া জাতিৰ ইতিহাস সন্নিৱিষ্ট নকৰাৰ প্ৰতিবাদত শুকুৰবাৰে চুতীয়া ছাত্ৰ সন্থাই উত্তাল কৰি তোলে ডুমডুমা ৷

ছেবাৰ বিৰুদ্ধে ডুমডুমাত চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ডুমডুমা,2 আগষ্টঃ ছেবাৰ প্ৰতিলিপি দাহ কৰি বৈচিত্ৰ্যময় অসমত চুতীয়াসকলক অন্তভুৰ্ক্তিৰ দাবী । বৈচিত্ৰময় অসম নামৰ পাঠ্যপুথিত অসমৰ আদিম ভূমিপুত্ৰ চুতীয়াসকলৰ বুৰঞ্জীক সন্নিবিষ্ট নকৰাত জাঙুৰ খাই উঠিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা । অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া সকলক এই পাঠ্যক্ৰমত অন্তভুৰ্ক্ত নকৰাত ছেবাই জাৰি কৰা নটিফেকেছন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ডুমডুমা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই । ডুমডুমা এ এছ টি ছি বাছ আস্থানৰ সন্মুখত শুকুৰবাৰে প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি চুতীয়া সকলৰ বুৰঞ্জীক নৱম আৰু দশম শ্ৰেণী পাঠ্যক্ৰমত অন্তভুৰ্ক্ত কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোৱে ।

Intro:Date: 02-08-2019

Slug: ডুমডুমাত চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ।
:ছেবা বৰ্ডৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

V/O: ছেবাৰ প্ৰতিলিপি দাহ কৰি বৈচিত্ৰময় অসমত চুতীয়াসকলক অন্তভুৰ্ক্তিৰ দাবী । বৈচিত্ৰময় অসম নামৰ পাঠ্যপুথিত অসমৰ আদিম ভূমিপুত্ৰ চুতীয়াসকলৰ বুৰঞ্জীক সনিবিষ্ট নকৰাত জাঙুৰ খাই উঠিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ।অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া সকল এই পাঠ্যক্ৰমত অন্তভুৰ্ক্ত নকৰাত ছেবাই জাৰি কৰা নটিফেকেছন দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ডুমডুমা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই । ডুমডুমা এছ এছ টি ছি বাছ আস্থানৰ সন্মুখত আজি প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি চুতীয়া সকলৰ বুৰঞ্জীক নৱম আৰু দশম শ্ৰেণী পাঠ্যক্ৰমত অন্তভুৰ্ক্ত অতিশীঘ্ৰে কৰিবলৈ দাবী উত্থাপন কৰিছে ।

Byte: চুতীয়া নেতা ।Body:Date: 02-08-2019

Byte: চুতীয়া নেতা ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.