শদিয়া, 5 ডিচেম্বৰ : আঞ্চলিক ৰাজনীতিৰ ধব্জাবাহক দল অসম গণ পৰিষদ ৷ বৰ্তমান সময়ত এই দলে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি হেতালি খেলিছে তাক লৈ অসন্তুষ্টি কাকপথাৰ অগপ দল ৷ "অগপ নেতৃত্বৰ কথা আমি নামানো, কেব আমি বিৰোধ কৰিম" কাকপথাৰ আঞ্চলিক অগপৰ সভাপতিৰ বিস্ফোৰক মন্তব্য ৷ কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন চুতীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তৃণমুল কৰ্মী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী ৷ অগপ কাকপথাৰ আঞ্চলিক সমিতিৰ কৰ্মকতা সকল ৰাইজৰ লগত আছে আৰু ৰাইজৰ লগত থাকিব বুলিও মন্তব্য কৰে ৷ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে কান্দি কান্দি নাটক কৰা বুলি মন্তব্য কৰে আৰু লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধ কৰিবলৈ আহ্বান জনায় ৷
কাকপথাৰ আঞ্চলিক অগপৰ সভাপতিৰ বিস্ফোৰক মন্তব্য
"অগপ নেতৃত্বৰ কথা আমি নামানো, কেব আমি বিৰোধ কৰিম" কাকপথাৰ আঞ্চলিক অগপৰ সভাপতিৰ বিস্ফোৰক মন্তব্য ৷ সংবাদ মাধ্যমৰ আগত মন্তব্য সভাপতি ৰঞ্জন চুতীয়াৰ ৷
শদিয়া, 5 ডিচেম্বৰ : আঞ্চলিক ৰাজনীতিৰ ধব্জাবাহক দল অসম গণ পৰিষদ ৷ বৰ্তমান সময়ত এই দলে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ যি হেতালি খেলিছে তাক লৈ অসন্তুষ্টি কাকপথাৰ অগপ দল ৷ "অগপ নেতৃত্বৰ কথা আমি নামানো, কেব আমি বিৰোধ কৰিম" কাকপথাৰ আঞ্চলিক অগপৰ সভাপতিৰ বিস্ফোৰক মন্তব্য ৷ কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন চুতীয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে তৃণমুল কৰ্মী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী ৷ অগপ কাকপথাৰ আঞ্চলিক সমিতিৰ কৰ্মকতা সকল ৰাইজৰ লগত আছে আৰু ৰাইজৰ লগত থাকিব বুলিও মন্তব্য কৰে ৷ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে কান্দি কান্দি নাটক কৰা বুলি মন্তব্য কৰে আৰু লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধ কৰিবলৈ আহ্বান জনায় ৷
Sadiya : অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ নেতৃত্বৰ কথা নমনা আৰু নোহোনাৰ হুংকাৰ প্ৰদান কৰিছে কাকপথাৰ অগপই ৷ অসম গণ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন চুতীয়াই সংবাদ মাধ্যমৰ আগত জনোৱা মতে হিন্দু নাগৰিকত্ব বিধেয়ক ২০১৬ তৃণমুল কৰ্মীয়ে বিৰুধ কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ কথা নোহোনাৰ ভাবুকি প্ৰদান কৰে ৷ অগপ কাকপথাৰ আঞ্চলিক সমিতিৰ কৰ্মকতা সকল ৰাইজৰ লগত আছে আৰু ৰাইজৰ লগত থাকিব ৷ তিনি মন্ত্ৰীক কাণ্ডি কাণ্ডি নাটক কৰা বুলি মন্তব্য কৰাৰ লগতে তেঁওলোকক হুমতি আহিবলৈ আহ্বান জনায় ৷ আঞ্চলিক সমিতিৰ নেতৃত্বৰ এনে আহ্বানক অতুল, কেশৱ, ফনিভুষণে কেনেদৰে গ্ৰহণ কৰে, সেইয়া হব লক্ষ্যণীয় ৷Body:Byte : Ranjan chutia, AGP president, kakopatherConclusion:Mintu Talukdar
Sadiya