ETV Bharat / state

তিনিচুকীয়াত আৰম্ভ বুঢ়ীদিহিং কাপ ফুটবল

সোমবাৰৰ পৰা বালিজান ৰাজহুৱা খেলপথাৰত শ্বহীদ ভাস্কৰ কলিতা সোঁৱৰণী প্ৰাইজমানি "বুঢ়ীদিহিং কাপ ফুটবল" প্ৰতিযোগিতা ৷ সৰ্বমুঠ ১২ টাকৈ দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন অন্ত পৰিব ডিচেম্বৰ মাহৰ 8 তাৰিখে ৷

তিনিচুকীয়াত আৰম্ভ বুঢ়ীদিহিং কাপ ফুটবল
author img

By

Published : Nov 25, 2019, 10:32 PM IST

তিনিচুকীয়া, 25 নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত বুঢ়ীদিহিং স্পৰ্টছ ক্লাৱৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা আৰক্ষী,বালিজান নৱ জাগৃত যুৱক সংঘ তথা বুঢ়ীদিহিংবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে ‘বুঢ়ীদিহিং কাপ ফুটবল’ প্ৰতিযোগিতা ৷ সোমবাৰৰ পৰা বালিজান ৰাজহুৱা খেলপথাৰত শ্বহীদ ভাস্কৰ কলিতা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা "বুঢ়ীদিহিং কাপ ফুটবল" প্ৰতিযোগিতাখনি আৰম্ভ কৰা হয় ।

বুঢ়ীদিহিং কাপ ফুটবল

প্ৰতিযোগিতাখনৰ পতাকা উত্তোলন বুঢ়ীদিহিং স্পৰ্টছ ক্লাৱৰ কাৰ্যকৰী সভাপতি বিজু মেধিয়ে কৰাৰ বিপৰীতে স্মৃতি তৰ্পন কৰে বুঢ়ীদিহিং স্পৰ্টছ ক্লাৱৰ সম্পাদক ৰমেন সোণোৱাল আৰু পৰিচালন সম্পাদক ৰাজপল্লৱ মৰাণে ৷ আনহাতে শ্বহীদ ভাস্কৰ কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত লাৰ্নিচ পেগুৱে ৷

আৰম্ভণি খেলখনত মুখামুখি হয় ডিমৰুহোলা ফুটবল দল বনাম নাজিৰাটিং ফুটবল দল। শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ভাস্কৰ শৰ্মা ৷ সৰ্বমুঠ ১২ টাকৈ দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখন ডিচেম্বৰ মাহৰ 8 তাৰিখে সামৰণি পৰিব ।

লগতে চাওক-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল লখিমপুৰৰ সন্তান

Intro:STORY:-আজিৰে পৰা আৰম্ভ বুঢ়ীদিহিং কাপ ফুটবল

তিনিচুকীয়া,২৫ নৱেম্বৰঃ

তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা অঞ্চল তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বুঢ়ীদিহিং মৌজাৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিভা থকা যুৱকসকলক আগুৱাই নিয়াৰ মানসেৰে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত,বুঢ়ীদিহিং স্পৰ্টছ ক্লাৱৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা আৰক্ষী,বালিজান নৱ জাগৃত যুৱক সংঘ তথা বুঢ়ীদিহিংবাসী ৰাইজৰ সহযোগত বালিজান ৰাজহুৱা খেলপথাৰত আজিৰে পৰা "সাহসী আৰক্ষী বিষয়া শ্বহীদ ভাস্কৰ কলিতা সোঁৱৰণী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা "বুঢ়ীদিহিং কাপ ফুটবল" প্ৰতিযোগিতাখনি আৰম্ভ হয় । প্ৰতিযোগিতাখনৰ পতাকা উত্তোলন কৰে বুঢ়ীদিহিং স্পৰ্টচ ক্লাৱৰ কাৰ্যকৰী সভাপতি বিজু মেধিয়ে, স্মৃতি তৰ্পন কৰে বুঢ়ীদিহিং স্পৰ্টচ ক্লাৱৰ সম্পাদক ৰমেন সোনোৱাল আৰু পৰিচালন সম্পাদক ৰাজপল্লৱ মৰাণে লগতে শ্বহীদ ভাস্কৰ কলিতা প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰীযুত লাৰ্নিচ পেগুৱে৷
আৰম্ভণি খেলখনত প্ৰতিদ্বন্দ্বিতা আগৱঢ়াই ডিমৰুহোলা ফুটবল দল বনাম নাজিৰাটিং ফুটবল দলে। শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ভাস্কৰ শৰ্মাই প্ৰতিযোগিতাখন শুভ উদ্ধোধন কৰে৷
সৰ্বমুঠ ১২ টাকৈ দলে অংশগ্ৰহন কৰিবলগীয়া প্ৰতিযোগিতাখন ডিচেম্বৰ মাহৰ ৮ তাৰিখে সামৰণি পৰিব।Body:BYET:- ভাস্কৰ শৰ্মা,বিধায়ক,মাৰ্ঘেৰিটা
BYET:- লক্ষীী মৰাণ,উপ-সভাপতি,বুঢ়ীদিহিং স্পৰ্টছ ক্লাৱConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.