ETV Bharat / state

ডুমডুমা-ধলাত ব'ল বমত ঈছৰ'ৰ মিছাইল

ব'ল বমৰ বাবে শাওনৰ তৃতীয় দেওবাৰতো তিনিচুকীয়াৰ ধলাত শিৱ ভক্তৰ ভিৰ।এইবাৰৰ ব'ল বমত ISRO ৰ চন্দ্ৰযানৰ আৰ্হিৰ ৰথৰ লগতে ভাৰতৰ জাতীয় পতাকা লৈ ভক্তই যাত্ৰা কৰা দেখা গ'ল শিৱ ধামলৈ ৷

ডুমডুমা-ধলাত ব'ল বমত ISRO ৰ মিচাইল
author img

By

Published : Aug 4, 2019, 5:42 PM IST

ডুমডুমা,4আগষ্টঃ পবিত্ৰ শাওনৰ তৃতীয়টো দেওবাৰটো কমা নাই ব'ল বমৰ ভক্তৰ ভিৰ ৷ শিৱক আৰাধনা কৰাৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াটো শিৱ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে । ধলা নৈৰ পৰা পানী লৈ তিনিচুকীয়া শিৱ ধামলৈ যাত্ৰা কৰিছে ভক্তসকলে । পিচে এইবাৰৰ ব'ল বমত ISRO ৰ চন্দ্ৰযানৰ আৰ্হিৰ ৰথৰ লগতে ভাৰতৰ জাতীয় পতাকা লৈ ভক্তই যাত্ৰা কৰা দেখা গ'ল শিৱ ধামলৈ ।

Intro:Date: 04-08-2019

Slug: ডুমডুমা-ধলাত ব'ল বমৰ ধুম ।
দেখা গ'ল ISRO মিচাইল আৰ্হিৰ ৰথ ।

V/O: এতিয়া প্ৰৱিত্ৰ শাওন মাহ । এই শাওন মাহটো ভগৱান শিৱক আৰধনা কৰাৰ উত্তম মাহ বুলি হিন্দু সমাজে গণ্য কৰে । আজি শাওন মাহত তৃতীয় দেওবাৰ । ব'ল বমৰ বাবে তিনিচুকীয়া জিলাখনৰ ধলাত শিৱ ভক্তই ভিৰ কৰে । ধলা নদীৰ পৰা পানী লৈ তিনিচুকীয়া শিৱ ধামলৈ যাত্ৰ কৰিছে ভক্তসকলে । ইফালে এইবাৰৰ ব'ল বমত দেখা গ'ল ISRO যানৰ আৰ্হিৰ ৰথৰ লগতে ভাৰতৰ জাতীয় পতাকা ।

Byte: শিৱ ভক্ত ।Body:Date: 04-08-2019

Byte: শিৱ ভক্ত ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.