ETV Bharat / state

স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে বিহু মাৰিলে ফিল'বাৰীৰ আৰক্ষীয়ে

author img

By

Published : Apr 14, 2019, 11:16 PM IST

যিসকল আৰক্ষী বিষয়াই বিহু, পূজাৰ বতৰত নিজ পৰিয়ালৰ পৰা আঁতৰত থাকি জনসাধাৰণৰ নিৰাপত্তাৰ বাবে বিহুৰ বতৰতো কৰ্মত নিয়োজিত হৈ থাকিবলগীয়া হয়, সেইসকল আৰক্ষী বিষয়া তথা জোৱানসকলক কিছু পৰিমাণে হ'লেও বিহুৰ আনন্দ দিয়াৰ উদ্দেশ্যেৰেই এই পদক্ষেপ ফিল'বাৰী শংকৰদেৱ শিশু নিকেতনৰ ।

স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে বিহু মাৰিলে ফিল'বাৰীৰ আৰক্ষীয়ে

ডুমডুমা,14 এপ্ৰিল: আজি গৰু বিহু । বিগত বৰ্ষৰ দৰে এইবছৰো গৰু বিহুৰ দিনাখন ফিল'বাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী, আচাৰ্য্য-আচাৰ্য্যা আৰু অভিভাৱকসকল একত্ৰিত হৈ হুঁচৰি মাৰিলে ফিল'বাৰী আৰক্ষী থানাত । যিসকল আৰক্ষী বিষয়াই বিহু, পূজাৰ বতৰত নিজ পৰিয়ালৰ পৰা আঁতৰত থাকি জনসাধাৰণৰ নিৰাপত্তাৰ বাবে বিহুৰ বতৰতো কৰ্মত নিয়োজিত হৈ থাকিবলগীয়া হয়, সেইসকল আৰক্ষী বিষয়া তথা জোৱানসকলক কিছু পৰিমাণে হ'লেও বিহুৰ আনন্দ দিয়াৰ উদ্দেশ্যেৰে প্ৰতি বছৰে এইদৰে হুঁচৰি প্ৰদৰ্ষণ কৰে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ।

ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ প্ৰতি দায়িত্বশীল কৰাৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা বুলি জনায় বিদ্যালয়খনৰ শিক্ষকে । ইয়াৰ উপৰিও ফিল'বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুহেশ্বৰ দাসক বিহুৱান দি বিহুৰ শুভেচ্ছা জনায় নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ।

Intro:Date: 14-04-2019

Story: ফিল'বাৰীৰ আৰক্ষীৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ বিহু

V/O: আজি গৰু বিহু । বিগত বৰ্ষৰ দৰে এইবছৰো গৰু বিহুৰ দিনাখন ফিল'বাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্র-ছাত্ৰী, আচাৰ্য্য-আচাৰ্য্যা আৰু অভিভাৱক সকলে একত্ৰিত হৈ ফিল'বাৰী আৰক্ষী থানাত হুচৰি প্ৰদৰ্ষণ কৰা হয় । যি সকল আৰক্ষী বিষয়াই বিহু, পুজাৰ বতৰত নিজ পৰিয়ালৰ লগত সময় অতিবাহিত নকৰি জণসাধাৰণৰ নিৰাপত্তাৰ বাবে বিহুৰ বতৰতো নিজৰ কৰ্মত কৰ্মৰত হৈ থাকে সেই সকল আৰক্ষী বিষয়া, জোৱান সকলক কিছু পৰিমাণে হলেও বিহুৰ আনন্দ প্ৰদানৰ উদেশ্যেৰে প্ৰতি বছৰে হুচৰি প্ৰদৰ্ষণ কৰা হয় । ছাত্ৰ-ছাত্ৰী সকলক কিছু হলেও সমাজৰ প্ৰতি চিন্তা কৰিবৰ বাবে এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা হয় বুলি আচাৰ্য সকলে জনাই । নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে ফিল'বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুহেশ্বৰ দাসক বিহুৱানে বিহুৰ শুভেচ্ছা জনোৱা হয় । আৰক্ষী বিষয়া, কনিষ্ঠবল সকলোৱে বিহুত মতলীয়া হৈ বিহু গীত গায় বিহুৰ আনন্দ উপভোগ কৰা পৰিলক্ষিত হয় ।

Byte: আৰক্ষী বিষয়াBody:Date: 14-04-2019

Byte: আৰক্ষী বিষয়াConclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.