ETV Bharat / state

অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Dec 25, 2019, 6:27 PM IST

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ 18 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন ৷ ৰাজ্যৰ সামগ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাম মাত্ৰ আনুষ্ঠানিক নিয়মেৰে পালন কৰা হয় এই অনুষ্ঠানৰ ৷

BAYM Celebration Establishment day
অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

তিনিচুকীয়া, 25 ডিচেম্বৰঃ বুধবাৰে তিনিচুকীয়া উদযাপিত হ’ল বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ 18 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বাহাদুৰ চাৰিআলি আঞ্চলিক সমিতি আৰু তিনিচুকীয়াবাসী ৰাইজৰ সহযোগত বাহাদুৰ চাৰিআলি ৰাজহুৱা খেলপথাৰত আয়োজন কৰা হয় এই অনুষ্ঠানৰ ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ এই প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি পদ্মকান্ত দাসে ৷

আনহাতে ৰাজ্যৰ সামগ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নামমাত্ৰ আনুষ্ঠানিক নিয়মেৰে প্ৰতিষ্ঠা দিৱস পালন কৰে সংগঠনটোৱে ৷ প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ দিনটোত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংগ্ৰাম আগুৱাই নিয়াৰ সংকল্প লয় সংগঠনটোৰ নেতা-কৰ্মী সকলে ৷

আৰু পঢ়কঃ 2021 ৰ নিৰ্বাচনত ওফৰাই পেলোৱা হ'ব বিজেপিক: জুবিন গাৰ্গ

Intro:STORY:- বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

OC/VO:-বুধবাৰে তিনিচুকীয়া উদযাপিত হল বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস৷ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বাহাদুৰ চাৰিআলি আঞ্চলিক সমিতি আৰু তিনিচুকীয়া বাসী ৰাইজৰ সহযোগত বাহাদুৰচাৰি আলি ৰাজহুৱা খেলপথাৰত আয়োজন কৰা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ১৮তম কেন্দ্ৰীয় প্ৰতিস্থা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি পদ্মকান্ত দাসে৷ স্মৃতি তৰ্পন কৰে বাহাদুৰ চাৰিআলি বৃদ্ধ নাগৰীসকলে। ৰাজ্যৰ সামগ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ আনুষ্ঠানিক নিয়মেৰে প্ৰতিষ্ঠা দিৱস পালন কৰে সংগঠনটোৱে৷ প্ৰতিষ্ঠা দিৱসৰ প্ৰবিত্ৰ দিনটো নাগৰিকত্ব ( সংশোধনী) আইনৰ বিৰোদ্ধে সংগ্ৰাম আগুৱাই নিয়াৰ সংকল্প লয় সংগঠনটোৰ নেতা-কৰ্মী সকলে৷Body:BYET:- নেতা,BAYMConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.