ETV Bharat / state

ডুমডুমাত পথ সুৰক্ষাৰ সজাগতা অভিযান - ডুমডুমাৰ লাৰ্নাৰ্চ হাইস্কুল আৰু ডুমডুমা মহাবিদ্যালয়ৰ NCC ৰ কেডাৰ

ডুমডুমা আৰক্ষীৰ উদ্যোগত পথ সুৰক্ষাৰ বাবে সজাগতা অভিযান ৷ ডুমডুমা আৰক্ষীৰ অভিযানত সহযোগ NCC ৰ যুৱতী কেডাৰৰ ৷ পথ সুৰক্ষাৰ নিয়মাৱলী অমান্য কৰা লোকৰ বাহন ৰখাই পথ সুৰক্ষাৰ নিয়মাৱলী মানি চলাৰ আহ্বান ৷

awareness drive on road safety under the initiative of doomdooma police
ডুমডুমাত পথ সুৰক্ষাৰ সজাগতা অভিযান
author img

By

Published : Jan 3, 2021, 7:22 AM IST

ডুমডুমা, 3 জানুৱাৰী : পথ সুৰক্ষাৰ নিয়মাৱলী সমূহ মানি নচলা লোক সকলক সজাগ কৰাৰ উদ্দেশ্যে শনিবাৰে ডুমডুমা আৰক্ষীয়ে পথ সুৰক্ষাৰ বাবে এক সজাগতা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ ডুমডুমা আৰক্ষীৰ এই অভিযানত NCC ৰ যুৱতী কেডাৰ সকলে সহযোগিতা আগবঢ়াই সকলোকে পথ সুৰক্ষাৰ নিয়মাৱলী সমূহ মানি চলাৰ বাবে আহ্বান জনায় ৷

ডুমডুমাত পথ সুৰক্ষাৰ সজাগতা অভিযান
ডুমডুমাত পথ সুৰক্ষাৰ সজাগতা অভিযান

উক্ত অভিযানত ডুমডুমাৰ লাৰ্নাৰ্চ হাইস্কুল আৰু ডুমডুমা মহাবিদ্যালয়ৰ NCC ৰ কেডাৰ সকলে সহযোগিতা আগবঢ়াই পথ সুৰক্ষাৰ নিয়মাৱলী সমূহ অমান্য কৰা লোক সকলৰ বাহন ৰখাই সেইসকলক নিয়মাৱলী সমূহ মানি চলাৰ বাবে আহ্বান জনায় ৷

ডুমডুমা আৰক্ষীৰ এই অভিযানত চলা এই অভিযানত 'মটৰ চাইকেল চলাওতে হেলমেট আৰু গাড়ী চলাওতে চিটবেল্ট জৰুৰীভাৱে পৰিধান কৰিবলৈ অনুৰোধ জনাইছো' শীৰ্ষক উক্তিৰে সকলো লোককে পথ সুৰক্ষাৰ নিয়মাৱলী সন্দৰ্ভত NCC ৰ যুৱতী কেডাৰ সকলে সজাগ কৰি তোলে ৷

লগতে পঢ়ক:লাইকা-দধিয়াবাসীৰ কাষত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.