ETV Bharat / state

পঞ্চ শ্বহীদৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবীত ডাঙৰীত অৱস্থান ধৰ্মঘট - শদিয়া

আছুৰ সভাপতি হৈ থকাৰ সময়তে ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণৰ লগতে সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কিন্তু মুখ্যমন্ত্ৰী হৈ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত হৈ পৰিছে আছু তথা পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গ ৷

পঞ্চ শ্বহীদৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবীত ডাঙৰীত অৱস্থান ধৰ্মঘট
author img

By

Published : Jun 29, 2019, 3:18 PM IST

শদিয়া, 29 জুনঃ ভাৰতীয় সেনাই আছু নেতাসহ পাঁচজনক নিৰ্মমভাৱে হত্যা কৰাৰ ২৫ বছৰ উকলি গ'ল যদিও বৰ্তমানেও শ্বহীদৰ পৰিয়ালে লাভ নকৰিলে ক্ষতিপূৰণ তথা সংস্থাপন ৷ তেতিয়াৰ আছুৰ সভাপতি তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেইসময়ত তীব্ৰ আন্দোলন কৰাৰ লগতে পাঁচ লাখকৈ ক্ষতিপূৰণৰ দাবী জনাইছিল চৰকাৰক ৷ কিন্তু মুখ্যমন্ত্ৰী হৈও প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত হৈ পৰিছে আছু তথা পঞ্চ শ্বহীদৰ পৰিয়ালবৰ্গ ৷

পঞ্চ শ্বহীদৰ পৰিয়ালৰ ক্ষতিপূৰণৰ দাবীত ডাঙৰীত অৱস্থান ধৰ্মঘট

শনিবাৰে অৱস্থান ধৰ্মঘটৰ যোগেদি আছুৱে পাঁচ লাখকৈ ক্ষতিপূৰণৰ লগতে যোগ্যতা অনুযায়ী পৰিয়ালৰ লোকক সংস্থাপন, দোষীক কি শাস্তি বিহা হ'ল তাক স্পষ্ট কৰিবলৈ আহ্বান জনায় ৷ শনিবাৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘটত পঞ্চ শ্বহীদৰ পৰিয়ালে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ অনুৰোধ জনায় ৷

আৰু পঢ়কঃ দীপৰ বিললৈ সংকটঃ অচিৰেই নিৰ্মাণ হ'ব দ্বৈত ৰেল পথ

Intro:ডাঙৰীৰ পঞ্চ শ্বহীদৰ পৰিয়ালৰ ক্ষতিপুৰণৰ দাবীত অৱস্থান ধৰ্মঘট

শদিয়া : ১৯৯৪চনত ভাৰতীয় সেনাই আছু নেতাসহ পাঁচজনক নিৰ্মম ভাবে হত্যা কৰাৰ ২৫বছৰ উকলি গল যদিও আজিৰ লৈকে ক্ষতিপুৰণ তথা সংস্থাপন লাভ কৰিবলৈ সক্ষম নহল ৷ তেতিয়াৰ আছুৰ সভাপতি তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সেইসময়ত তিব্ৰ আন্দোলন কৰাৰ লগতে পাঁচলাখকৈ ক্ষতিপুৰণৰ দাবী জনাইছিল ৷ আৰু দুখীৰ শাস্তীৰ দাবী জনাইছিল ৷ কিন্টু তেতিয়াৰ আছু নেতা সৰ্বানন্দ সোনোৱালে মুখ্যমন্ত্ৰীহৈয়ে ক্ষতিপুৰণৰ লগতে সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেইয়া ৰক্ষা কৰিবলৈ সক্ষম নোহোৱাত ক্ষোভিত হৈ পৰিছে আছু তথা পঞ্চ শ্বহীদৰ পৰিয়ালৰ্বগ ৷ আজি অৱস্থান ধৰ্মঘটৰ যোগেদি আছুৱে পাঁচ লাখকৈ ক্ষতিপুৰণৰ লগতে যোগ্যতা অনুযায়ী পৰিয়ালৰ লোকক সংস্থাপন, দুখীক কি শাস্তী বিহা হল তাক স্পৰ্ষ্ট কৰিবলৈ আহ্বান জনায় ৷ আজি দুই ঘন্টীয় অৱস্থান ধৰ্মঘটত পঞ্চ শ্বহীদৰ পৰিয়ীলেও অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ অনুৰুধ জনায় ৷Body:Byte : 1/ ASSU leader
2/ familyConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.