ETV Bharat / state

জাগুনত সুৰামত্ত চালকে জ্বলাই দিলে ডাম্পাৰ - জাগুন

চালকজনৰ নাম ৰাজেশ গোৱালা বুলি চিনাক্ত । চালকজনে নিজে পেট্ৰ'ল ঢালি গাড়ীখনত অগ্নিসংযোগ কৰাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ ।

জাগুনত সুৰামত্ত চালকে জ্বলাই দিলে ডাম্পাৰ
author img

By

Published : Jun 2, 2019, 4:46 PM IST

মাৰ্ঘেৰিটা, ২ জুনঃ অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ ৫ মাইলত সুৰামত্ত চালকে জ্বলাই দিলে ডাম্পাৰ । অগ্নিসংযোগ কৰি পলাবলৈ চেষ্টা কৰোঁতেই ৰাইজে আটক কৰে চালকজনক ।

জাগুনত সুৰামত্ত চালকে জ্বলাই দিলে ডাম্পাৰ

অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ ৫ মাইলত দাও দাও কৈ জ্বলি উঠিল এখন ডাম্পাৰ। ডাম্পাৰখনৰ নম্বৰ- এ এচ ২৩ এ চি ২২৩৪ । চালকজনৰ নাম ৰাজেশ গোৱালা বুলি চিনাক্ত । চালকজনে নিজে পেট্ৰ'ল ঢালি গাড়ীখনত অগ্নিসংযোগ কৰাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ । অত্যধিক সুৰাপান কৰি ড্ৰাইভাৰজনে ডাম্পাৰ খনত অগ্নিসংযোগ কৰে বুলি অভিযোগ তোলে ৰাইজে । ততালিকে জাগুনৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে স্থানীয় ৰাইজে ।

লগতে আন এটা বাতৰি- আমবাৰীৰ জাগৰণত ভয়ংকৰ অগ্নিকাণ্ড

Intro: 1st visual অসম অৰুণাচল সীমান্তবৰ্তী জাগুনৰ ৫ মাইলত দাও দাও কৈ জ্বলি উঠিল এখন ডাম্পাৰ গাড়ী । এ এচ ২৩ এ চি ২২৩৪ নম্বৰৰ গাড়ী খনৰ ৰাজেশ গোৱালা নামৰ ড্ৰাইভাৰ জনে নিজে গাড়ী খনত অগ্নিসংযোগ কৰাৰ অভিযোগ । অত্যধিক সুৰাপান কৰি আছিল ড্ৰাইভাৰ জনে । সুৰামত্ত হৈয়ে এই ঘটনা সংঘটিত কৰাৰ সন্দেহ ।Body:Byte-potiyokdorkhiConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.