ETV Bharat / state

তিনিচুকীয়াত শৌচালয় নিৰ্মাণত দুৰ্নীতি : ক্ষোভিত অঞ্চলবাসী

চাৰি বছৰ পূৰ্বে তিনিচুকীয়াৰ ফিল'বাৰীত নিৰ্মাণ কৰা শৌচালয় নহ'ল সম্পূৰ্ণ । সত্যজিৎ বৰা নামৰ ঠিকাদাৰজনে দুৰ্নীতি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

author img

By

Published : Jul 24, 2019, 9:31 AM IST

তিনিচুকীয়াত শৌচালয় নিৰ্মাণত দুৰ্নীতি

তিনিচুকীয়া,২৪জুলাই : তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ অধীনত পকী শৌচালয় নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ । প্ৰায় চাৰি বছৰ পূৰ্বে অনাময় আঁচনিৰ অধীনত নিৰ্মাণ কৰা শৌচালয়সমূহ বৰ্তমানেও সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী । অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা লাভ কৰা পকী শৌচালয় হিতাধিকাৰীসকলৰ বাসগৃহত অৰ্ধ নিৰ্মিত হৈ পৰি আছে । এই শৌচালয় নিৰ্মানৰ কাম মাধৱপুৰ গাঁৱৰ ঠিকাদাৰ সত্যজিৎ বৰাই লাভ কৰিছিল । শৌচালয় নিৰ্মাণৰ নামত মাত্ৰ দুখন পকী দেৱাল আৰু দ গাঁত খান্দি দায়িত্ব সামৰিছে ঠিকাদাৰজনে । হিতাধিকাৰীসকলে চাৰি বছৰ ধৰি অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণ নোহোৱাত বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ জনায় আহিছে যদিও বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান কৰা নাই ।

Intro:Date: 24-07-2019

Slug: তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ অধীনত পকী শৌচালয় নিৰ্মাণত অবাধ দুৰ্নীতি ।
ৰাইজৰ ক্ষোভ প্ৰকাশ ।

V/O: তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰী অঞ্চলত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ অধীনত পকী শৌচালয় নিৰ্মাণত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাভৰুভেটি গাঁও পঞ্চায়তৰ ফিল'বাৰী শীতলপুৰ গাঁও আৰু টিংখাং গাঁওত আজিৰ পৰা প্ৰায় চাৰি বছৰৰ আগতেই অনাময় আঁচনিৰ অধীনত নিৰ্মাণ কৰা শৌচালয় সমূহ আজিও সম্পূৰ্ণ হৈ নুঠাত এক বৃহৎ পৰিমাণৰ ধন আত্মসাত কৰাৰ কথা স্পষ্ট হৈ পৰিছে । অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা লাভ কৰা পকী শৌচালয় হিতাধিকাৰী সকলৰ বাসগৃহত অৰ্ধ নিৰ্মিত হৈ পৰি আছে । আজিৰ পৰা প্ৰায় চাৰি বছৰৰ আগতেই শৌচালয় নিৰ্মানৰ কাম মাধৱপুৰ গাঁৱৰ ঠিকাদাৰ সত্যজিৎ বৰাই লাভ কৰিছিল । শৌচালয় নিৰ্মাণৰ নামত মাত্ৰ দুখন পকী ৱাল আৰু দ গাঁত খান্দি পকা কৰি থৈয়ে দায়িত্ব সামৰিছে ঠিকাদাৰজনে । হিতাধিকাৰী সকলে চাৰি বছৰ ধৰি অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণ নোহোৱাত এতিয়া ক্ষোভ উজাৰিছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে । এই সন্দৰ্ভত প্ৰশ্ন কৰাত বিভাগীয় বিষয়াই গাএৰা মন্তব্য প্ৰদান কৰে । সমগ্ৰ বিষয়টোৰ ওপৰত ৰাইজে তদন্তৰ দাবী কৰিছে ।

Byte: স্থানীয় ভুক্তভোগী লোক ।Body:Date: 24-07-2019

Byte: স্থানীয় ভুক্তভোগী লোক ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.