ETV Bharat / state

তিনিচুকীয়াৰ মাগুৰি মতাপুং বিলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

তিনিচুকীয়াৰ মাগুৰি মতাপুং বিলত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

author img

By

Published : Oct 22, 2019, 5:12 AM IST

তিনিচুকীয়াৰ মাগুৰি মতাপুং বিলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া,21 অক্টোবৰঃ সোমবাৰে তিনিচুকীয়াৰ মাগুৰি মতাপুং বিলত অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ বাঘজান আৰক্ষীয়ে স্থানীয় প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত বিলখনৰ পৰা অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো ৷ মৃতদেহটোৰ অনুমানিক বয়স ৫০ বছৰ উৰ্ধৰ হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ পাইছে ৷ অৱশ্যে বৰ্তমানলৈকে আৰক্ষীয়ে মৃত লোকজনৰ কোনো পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

আৰু পঢ়ক

Intro:Breaking news:-

▪তিনিচুকীয়াৰ মাগুৰি মতাপুং বিলত অচিনাক্ত মৃতদেহ উদ্ধাৰ, উদ্ধাৰ কৰিছে বাঘজান আৰক্ষীয়ে ৷

▪মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তিব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি।

▪বিভিন্নজনৰ মুখত মৃতদেহ কেইবাটাও দেখা পোৱা বুলি শুনা গৈছিল যদিও বৰ্তমানলৈকে আৰক্ষীয়ে এটাই অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰিছে।

▪মৃতদেহটোৰ গৰাকীৰ বয়স অনুমানিক ৫০ বছৰ উৰ্ধৰ হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

▪বৰ্তমানলৈকে মৃত লোকজনৰ কোনো পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.