ETV Bharat / state

কাকপথাৰত জগদীশ ভূঞাৰ সৰ্মথনত সৰ্বভাৰতীয় গোৰ্খা লীগ

author img

By

Published : Mar 24, 2021, 1:31 PM IST

শদিয়া বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাক সৰ্মথন জনাইছে অখিল ভাৰত গোৰ্খা লীগে ৷ শদিয়া সমষ্টিৰ জগদীশ ভূঞাৰ বাবেই শদিয়াবাসীয়ে ড৹ ভূপেন হাজৰিকা সেতু লাভ কৰা বুলিও প্ৰকাশ কৰে দলটোৰ নেতৃত্বই ৷

all-india-gurkha-league-press-meet
কাকপথাৰত জগদীশ ভূঞাৰ সৰ্মথনত সৰ্বভাৰতীয় গোৰ্খা লীগ

শদিয়া, 24 মাৰ্চ : শদিয়া বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাক সৰ্মথন জনাইছে অখিল ভাৰত গোৰ্খা লীগে ৷ জগদীশ ভূঞাক সৰ্মথন এক সংবাদমেলৰো আয়োজন কৰে দলটেৱে ৷ সংবাদমেলত সমগ্ৰ অসমত জাতীয় পৰিষদে দিয়া প্ৰাৰ্থী সকলক সৰ্মথন জনোৱাৰ সমান্তৰাল ভাৱে শদিয়া সমষ্টিটোত জগদীশ ভূঞাক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় অখিল ভাৰত গোৰ্ষা লীগে ৷

সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৱে অসম জাতীয় পৰিষদৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি সৰ্মথন কৰা বুলি মত প্ৰকাশ কৰে ৷ সংবাদমেলত উপস্থিত থাকে অখিল ভাৰত গোৰ্খা লীগৰ কেন্দ্ৰীয় উপ সভাপতি তথা উত্তৰ পূৱৰ তত্বাৱধায়ক এম প্ৰসাদ আচাৰ্য, অসম প্ৰদেশৰ হেমচন্দ্ৰ উপাধ্যায়কে ধৰি বহুকেইজন বিষয়ববীয়া ৷

সংবাদমেলত শদিয়া সমষ্টিৰ জগদীশ ভূঞাৰ বাবেই শদিয়াবাসীয়ে ড৹ ভূপেন হাজৰিকা সেতু লাভ কৰা বুলিও প্ৰকাশ কৰে দলটোৰ নেতৃত্বই ৷

লগতে পঢ়ক: বৰপেটা জিলাৰ ৬ বিধানসভা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াব প্ৰতিদ্বন্দিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.