ETV Bharat / state

1951 চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্তলৈ সঁহাৰি সদৌ মৰাণ ছাত্ৰ সন্থাৰ

author img

By

Published : Nov 23, 2019, 4:45 AM IST

জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে সৰৱ হ'ল সদৌ মৰাণ ছাত্ৰ সন্থা ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেও চৰকাৰক তীব্ৰ সমালোচনা সংগঠনটোৰ ৷

সংবাদমেলত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা মৰাণ ছাত্ৰ সন্থাৰ

তিনিচুকীয়া , 23 নৱেম্বৰ: মৰাণ জনগোষ্ঠীৰ লগতে আন 5 টা জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় চৰকাৰে কৰি অহা প্ৰতাৰণাক লৈ সৰৱ হৈ পৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা ৷ শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়া গোলাপ চন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত সংবাদমেল অনুস্থিত কৰি তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিলে সংগঠনটোৱে ৷

উল্লেখ্য যে, পুনৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰিব বিচৰা কাৰ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি ক্ষোভ উজাৰে ছাত্ৰ সংগঠনটোৱে ৷ নাগৰিকত্ব বিধেয়ক গৃহীত কৰাৰ মূল্য চৰকাৰে ভৰিব লাগিব বুলিও মন্তব্য কৰে সংগঠনটোৰ সভাপতিজনে ৷

সংবাদমেলত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা সদৌ মৰাণ ছাত্ৰ সন্থাৰ

আনহাতে "কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ দৰে ভিত্তিবৰ্ষ 1971 ৰ বিপৰীতে 1951 হোৱাত তেওঁলোকৰ কোনো সমস্যা নাই যদিহে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো ৰাজনীতি জড়িত হৈ নাথাকে ৷" বুলিও সংবাদমেলত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে মন্তব্য কৰে ৷

লগতে পঢ়কঃ উদ্ধৱ থাকৰেৰ নেতৃত্বত গঠন হ'ব চৰকাৰ: শাৰদ পাৱাৰ

Intro:STORY:- তিনিচুকীয়াত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সংবাদমেল

OC/VO:-সদৌ মৰাণ ছাত্ৰ সন্থাই শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়া গোলাপ চন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত এক সংবাদমেল অনুস্থিত কৰি তিনিটাকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ উঠে ছাত্ৰ সংগঠনটো৷কেন্দ্ৰীয় চৰকাৰে মৰাণ জনগোষ্ঠীকে ধৰি আন 5 টা জনগোষ্ঠীক জনজাতি কৰণৰ নামত কৰি অহা প্ৰতাৰণাক সৰব হৈ পৰে৷
লগতে পুনৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহীত কৰিব বিচৰা কাৰ্যক ছাত্ৰ সংগঠনটোৱে কেন্দ্ৰ চৰকাৰক তিব্ৰ সমালোচনা কৰি ক্ষোভিত হৈ পৰে৷ ইপিনে NRC ভিত্তিবৰ্ষ 1971 পৰিবৰ্তে 1951 চন কৰাৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণাক মৰাণ ছাত্ৰ সন্থাৰ সমৰ্থন থকিব যদিহে তাত কোনো ৰাজনীতি নাথাকে বুলি সংবাদমেলত মন্তব্য কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে৷Body:BYET:- অৰুণজ্যোতি মৰাণ,সভাপতি,সদৌ মৰাণ ছাত্ৰ সন্থাConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.