ডুমডুমা,24 আগষ্ট: শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ সকলো দল-সংগঠন ৷ সোমবাৰে পুনৰ কেইবাটাও দাবী উত্থাপন কৰি তিনিচুকীয়াৰ ডুমডুমাত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ দলটোৱে নাগৰিকত্ব সংশোধনী আইন, EIA 2020ৰ খচৰা বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ চৰকাৰে দলটোৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট - অৱস্থান ধৰ্মঘট
পুনৰ কেইবাটাও দাবী উত্থাপন কৰি তিনিচুকীয়াৰ ডুমডুমাত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ দলটোৱে নাগৰিকত্ব সংশোধনী আইন, EIA 2020 ৰ খচৰা বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাকে ধৰি দাবীসমূহ উত্থাপন কৰি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷