ETV Bharat / state

বাঘজানত ভাৰতীয় সেনা বাহিনীৰ বিশেষ পদক্ষেপ

author img

By

Published : Jun 19, 2020, 9:03 PM IST

ভাৰতীয় সেনা বাহিনীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সেনাৰ এটা দলে বাঘজানৰ খাদৰ সমীপত আৰম্ভ কৰিছে দলং নিৰ্মাণ কাৰ্য ৷ দলঙৰ সহায়েৰে বিশেষজ্ঞৰ দলৰ লগতে জুই নিয়ন্ত্ৰণত জড়িত দলসমূহ ঘটনাস্থলীলৈ যাবলৈ সুবিধা হোৱাৰ অৰ্থে নিৰ্মাণ কৰা হৈছে দলঙখন ৷

A special initiative of the Indian Army in Baghjan
বাঘজানত ভাৰতীয় সেনা বাহিনীৰ বিশেষ পদক্ষেপ

ডুমডুমা,19 জুনঃ বাঘজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈ পৰিছে অইল ইণ্ডিয়া,অ'এনজিচিৰ লগতে ভাৰতীয় সেনাবাহিনীও ৷ ভাৰতীয় সেনা বাহিনীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ সেনাৰ এটা দলে বাঘজানৰ খাদৰ সমীপত আৰম্ভ কৰিছে দলং নিৰ্মাণ কাৰ্য ৷ দলঙৰ সহায়েৰে বিশেষজ্ঞৰ দলৰ লগতে জুই নিয়ন্ত্ৰণত জড়িত দলসমূহ ঘটনাস্থলীলৈ যাবলৈ সুবিধা হোৱাৰ অৰ্থে নিৰ্মাণ কৰা হৈছে দলঙখন ৷ খাদটোৰ সমীপতে থকা এটা বৃহৎ আকাৰৰ পুখুৰীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে দলঙখন ৷ শুকুৰবাৰে এই সন্দৰ্ভত ব্ৰেইলী ব্ৰীজৰ কামৰ বুজ ল'বলৈ বাঘজানত উপস্থিত হয় ভাৰতীয় সেনা বাহিনীৰ তৃতীয় ক’ৰৰ জি.অ'. চি. লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৷ আনহাতে স্থানীয় লোকৰো আশা সফল হওক জুই নিৰ্বাপনত জড়িত দলসমূহ ৷

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.