- তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা
- মৰ্গৰ মৃতদেৰ লগত উদ্ধাৰ এজন জীৱিত ৰোগী
- চিকিৎসালয়ৰ মৰ্গৰ দুটা মৃতদেহৰ লগত ৩ দিন ধৰি জীৱিত ৰোগীজনক মৃত বুলি ৰাখিছিল চিকিৎসালয় কৰ্তৃপক্ষই
- সমগ্ৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তিনিচুকীয়াত
মৃতদেহৰ লগত তিনিদিন ধৰি জীৱিত ৰোগী : তিনিচুকীয়াত আজৱ ঘটনা

12:17 August 02
তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা ৷ তিনিদিন ধৰি মৰ্গৰ ভিতৰত জীৱিত ৰোগী ৷
12:17 August 02
তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা ৷ তিনিদিন ধৰি মৰ্গৰ ভিতৰত জীৱিত ৰোগী ৷
- তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা
- মৰ্গৰ মৃতদেৰ লগত উদ্ধাৰ এজন জীৱিত ৰোগী
- চিকিৎসালয়ৰ মৰ্গৰ দুটা মৃতদেহৰ লগত ৩ দিন ধৰি জীৱিত ৰোগীজনক মৃত বুলি ৰাখিছিল চিকিৎসালয় কৰ্তৃপক্ষই
- সমগ্ৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তিনিচুকীয়াত
BREAKING NEWS:-
তিনিচুকীয়াৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত আজৱ ঘটনা
মৰ্গৰ মৃতদেৰ লগত উদ্ধাৰ এজন জীৱিত ৰোগী
চিকিৎসালয়ৰ মৰ্গৰ দুজন মৃতদেহৰ লগত ৩ দিনৰ ধৰি জীৱিত ৰোগীজনক মৃত বুলি ৰাখিছিল চিকিৎসালয় কৃতপক্ষই
সমগ্ৰ ঘটনা পোহৰলৈ অহাত তিব্ৰ চাঞ্চল্য সৃষ্টি হৈছে তিনিচুকীয়াত
Last Updated : Aug 2, 2019, 1:38 PM IST