ETV Bharat / state

তিনিচুকীয়া 8 গৰাকী খেলুৱৈয়ে লাভ কৰিলে কিক বক্সিং ব্লেক বেল্ট - 8 গৰাকী খেলুৱৈ

ৱাক' অসম কিক বক্সিং এছো'চিয়েছনৰ অধীনত তিনিচুকীয়া জিলাৰ 8 গৰাকী খেলুৱৈয়ে ব্লেক বেল্ট লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই উপলক্ষে দেওবাৰে ৱাক' তিনিচুকীয়া কিক বক্সিং এছো'চিয়েছনে এক সংবাদমেল সম্বোধন কৰে ৷

8-players-get-kick-boxing-black-belt
তিনিচুকীয়া 8 গৰাকী খেলুৱৈয়ে লাভ কৰিলে কিক বক্সিং ব্লেক বেল্ট
author img

By

Published : Feb 14, 2021, 7:46 PM IST

তিনিচুকীয়া, 13 ফেব্ৰুৱাৰী : ৱাক' অসম কিক বক্সিং এছো'চিয়েছনৰ অধিনত তিনিচুকীয়া জিলাৰ 8 গৰাকী খেলুৱৈয়ে ব্লেক বেল্ট লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই উপলক্ষে দেওবাৰে ৱাক' তিনিচুকীয়া কিক বক্সিং এছো'চিয়েছনে এক সংবাদমেল সম্বোধন কৰে ৷

উক্ত সংবাদমেলতে ব্লেখ বেল্ট লাভ কৰা তিনিচুকীয়া জিলাৰ 8 গৰাকীকৈ খেলুৱৈক সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে ব্লেক বেল্ট লাভ কৰা কিক বক্সিং খেলুৱৈ সকলৰ নাম হৈছে ক্ৰমে-নমিতা গোৱালা, দ্বীপশিখা ৰাভা, কমলা শৰ্মা, কল্পনা লোহাৰ, চাকিপ হুচেইন, প্ৰকাশ ৰজক, অশোক গড়, হিৰণ্য গোৱালা । খেলুৱৈ কেইজনক ফুলাম গামোচা, এখন সম্বৰ্ধনা পত্ৰ আৰু এটা জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

সংবাদমেলত উপস্থিত থাকে এমেচাৰ অসম কিক বক্সিং এছো'চিয়েছনৰ উপ-সভাপতি ৰতন সিং, সাধাৰণ সম্পাদক অৰবিন্দ পেটেল আদিৰ লগতে ৱাক' তিনিচুকীয়া কিক বক্সিং এছো'চিয়েছনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: ই-অফিচ আঁচনি ৰূপায়ণৰ বাবে কম্পিউটাৰ বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.