ETV Bharat / state

আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যু ! উত্তপ্ত ৰাক্ষসমাৰী

আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যুক কেন্দ্ৰকৰি তীব্ৰ উত্তেজনা | ক্ষুদ্ধ ৰাইজে ঘেৰাও কৰিলে ৰাক্ষসমাৰী আৰক্ষী চকী | এ.এচ.আই ৰামু প্ৰধান আৰু হোমগাৰ্ড জান নাথৰ প্ৰহাৰত মৃত্যু হয় ৰাক্ষসমাৰীৰ বাবুল দাস নামৰ এজন যুৱকৰ

আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যু
author img

By

Published : Aug 23, 2019, 11:23 PM IST

তেজপুৰ, 23 আগষ্ট: শোনিতপুৰৰ ঢেকিয়াজুলি থানাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি | আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যুক কেন্দ্ৰকৰি তীব্ৰ উত্তেজনা | ক্ষুদ্ধ ৰাইজে ঘেৰাও কৰিলে ৰাক্ষসমাৰী আৰক্ষী চকী | এ.এচ.আই ৰামু প্ৰধান আৰু হোমগাৰ্ড জান নাথৰ প্ৰহাৰত মৃত্যু হয় ৰাক্ষসমাৰীৰ বাবুল দাস নামৰ এজন যুৱকৰ | ৰাক্ষসমাৰী আৰক্ষী চকীত এ.এচ.আই ৰামু প্ৰধান আৰু হোমগাৰ্ড জান নাথে শাৰীৰিক ভাবে প্ৰহাৰ কৰিছিল বাবুল দাসক | বৃহস্পতি বাৰে তেজপুৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল যুৱকজনৰ ৷ তাৰ বাবেই আৰক্ষীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷

Intro:তেজপুৰ,২৩ আগষ্ট: শোনিতপুৰ জিলাৰ ঢেকিয়াজুলি থানাৰ অন্তৰগত ৰাক্ষসমাৰী আৰক্ষী চকীত উত্তপ্ত পৰিস্হিতি | ৰাক্ষসমাৰী আৰক্ষীৰ প্ৰহাৰত যুৱকৰ মৃত্যুক কেন্দ্ৰকৰি তীব্ৰ উত্তেজনা | ক্ষোব্ধ ৰাইজে ঘেৰাও কৰিলে ৰাক্ষসমাৰী আৰক্ষী চকী | এ.এচ.আই ৰামু প্ৰধান আৰু হোমগাৰ্ড জান নাথৰ প্ৰহাৰত মৃত্যু হয় ৰাক্ষসমাৰীৰ বাবুল দাস (22) নামৰ এজন যুৱকৰ | ৰাক্ষসমাৰী আৰক্ষী চকীত এ.এচ.আই ৰামু প্ৰধান আৰু হোমগাৰ্ড জান নাথে শাৰীৰিক ভাবে প্ৰহাৰ কৰিছিল বাবুল দাসক | Body:জেষ্ঠ ভাতৃ সুজিত দাসে কণিষ্ঠ ভাতৃ বাবুল দাসৰ বিৰুদ্ধে ঘৰুৱা সামগ্ৰী চুৰী সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ৰাক্ষসমাৰী আৰক্ষী চকীত | ৰাক্ষসমাৰী আৰক্ষীৰ প্ৰহাৰত গুৰুত্বৰ ভাবে আহত হৈ তেজপুৰ মেডিকেল কলেজ হস্পিতালত মৃত্যু হয় বাবুল দাস নামৰ যুৱকজনৰ | Conclusion:১০ আগষ্টত আৰক্ষীৰ প্ৰহাৰত গুৰুত্বৰ ভাবে আঘাটপ্ৰাপ্ত হৈছিল বাবুল দাস নামৰ যুৱকজন | ২২ আগষ্ট আজি বৃহস্পতি বাৰে তেজপুৰ মেডিকেল কলেজ হস্পিতালত চিকিতসাধীন অৱস্হাত মৃত্যু হয় যুৱক জনৰ ৷
প্ৰণৱ কুমাৰ দাস
তেজপুৰ
23/8৷19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.