হাটশিঙিমাৰী, 22 মাৰ্চঃ সোমবাৰে দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ হাটশিঙিমাৰী প্ৰেছ ক্লাব আৰু জনকল্যাণ সমিতিৰ উদ্যোগত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ লগতে বিনামূলীয়া মাস্ক বিতৰণ কৰে ৷ বিশ্ব ত্ৰাস সৃষ্টি কৰা ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে আজি দুপৰীয়া দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা উপায়ুক্ত আতিকা চুলতানাৰ উপস্থিতিত হাটশিঙিমাৰীৰ প্ৰেছ ক্লাৱ আৰু জনকল্যাণ সমিতিৰ দ্বাৰা কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পাবৰ বাবে ল'বলগীয়া সতৰ্কতামুলক বাৰ্তা সম্বলিত বেনাৰ আৰি দিয়াৰ ওপৰিও মাস্ক বিতৰন কৰে ৷
হাটশিঙিমাৰীত বিনামূলীয়া মাস্ক বিতৰণ - দক্ষিণ শালমাৰাৰ মানকাচৰ জিলা
বিশ্ব ত্ৰাস সৃষ্টি কৰা ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে সোমবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা উপায়ুক্ত আতিকা চুলতানাৰ উপস্থিতিত হাটশিঙিমাৰীৰ প্ৰেছ ক্লাৱ আৰু জনকল্যাণ সমিতিৰ দ্বাৰা বিনামূলীয়া মাক্স বিতৰণ কৰে ৷