ETV Bharat / state

বিশ্ব জলাশয় দিৱসত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথ্য়চিত্ৰ মুকলি

author img

By

Published : Feb 2, 2021, 8:15 PM IST

বিশ্ব জলাশয় দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৮.৩ মিনিটৰ এক তথ্য় চিত্ৰ মুকলি কৰে ।

বিশ্ব জলাশয় দিৱসত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথ্য়চিত্ৰ মুকলি
বিশ্ব জলাশয় দিৱসত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথ্য়চিত্ৰ মুকলি

তেজপুৰ , ২ ফেব্ৰুৱাৰী : সমগ্ৰ বিশ্বৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পালন কৰা হয় বিশ্ব জলাশয় দিৱসৰ । দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৮.৩ মিনিটৰ এক তথ্য় চিত্ৰ মুকলি কৰে । উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ২০০ জলাহভূমি আছে আৰু তাৰ বিপৰীতে ৯২ টা বছৰৰ যিকোনো সময়তে পানীৰে পৰিপূৰ্ণ হৈ থাকে । উদ্য়ান খনৰ জলাশয়বোৰে কিদৰে জীৱ-জন্তুবোৰক সহায় কৰিছে লগতে জলাশয় অবিহনে সেই প্ৰাণীবোৰ যে জীয়াই থকাটো অসম্ভৱ তাৰ বিষয়ে সজাগতা সৃষ্টিৰো পদক্ষেপ লৈছে কতৃপক্ষই ।

ইফালে জলাশয় দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য়ৰ ভিন্ন প্ৰান্তত ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্য় বহু পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য় চৰকাৰে । জলাশয়ৰ প্ৰয়োজনীয়তা ,সংৰক্ষণৰ বাবে ৰাজ্য়ৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য়ই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :কলিয়াবৰৰ পতাহী বিলত পালন বিশ্ব জলাশয় দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.