ETV Bharat / state

মিছামাৰীত উদঙীয়া গৰুয়ে সৃষ্টি কৰিছে যান-জঁটৰ

শোণিতপুৰৰ ৰঙাপৰা - মিছামাৰী সংযোগী পথচোৱাত প্ৰতিদিনে উদঙীয়া গৰুৱে সৃষ্টি কৰিছে যান-জঁটৰ । উদঙীয়া গৰুৰ এনে অবাধ বিচৰণৰ ফলত নানান দুৰ্ভোগ ভূগিবলগীয়া হৈছে পথচাৰীয়ে ।

মিছামাৰীত উদঙীয়া গৰুয়ে সৃষ্টি কৰিছে যান-জঁটৰ
author img

By

Published : May 3, 2019, 5:38 PM IST

ৰঙাপৰা, ৩ মে': শোণিতপুৰৰ মিছামাৰীত উদঙীয়া গৰুৱে যান-জঁটৰ সৃষ্টি কৰাত নানান দুৰ্ভোগ ভূগিবলগীয়া হৈছে পথচাৰীয়ে । ৰঙাপৰা - মিছামাৰী সংযোগী পথচোৱাত তথা মিছামাৰীৰ ভাৰতীয় সেনা ছাউনিৰ ভিতৰত উদঙীয়া গৰুৰ অবাধ বিচৰণৰ ফলত প্ৰতিদিনে এনে সমস্যাৰ সৃষ্টি হৈ আহিছে ।

মিছামাৰীত উদঙীয়া গৰুয়ে সৃষ্টি কৰিছে যান-জঁটৰ

আনহাতে, ভাৰতীয় সেনা ছাউনিৰ কৰ্তৃপক্ষই গৰুবোৰক বন্দী কৰি ৰখাৰ বিশেষ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । মিছামাৰীত উদঙীয়া গৰুৰ এই সমস্যা সমাধানৰ বাবে এতিয়া ৰাইজে দাবী জনাই আহিছে ।

Intro:মিছামাৰীত উদঙীয়া গৰুয়ে সৃষ্টি কৰিছে যান-জঁটৰ সমস্যা।Body:ৰঙাপৰাঃ শোণিতপুৰৰ মিছামাৰীত উদঙীয়া গৰুয়ে সৃষ্টি কৰিছে যান-জঁটৰ সমস্যা। উদঙীয়া গৰুৰ বাবে পথত অহা-যোৱা কৰা যান-বাহন আৰু পথচাৰীয়ে নানান দুৰ্ভোগ ভূগিবলগীয়া হৈছে। ৰঙাপৰা-মিছামাৰী সংযোগী পথচোৱাত তথা মিছামাৰীৰ ভাৰতীয় সেনা ছাউনিৰ ভিতৰত উদঙীয়া গৰুবোৰে বিচৰণ কৰাৰ ফলত প্ৰতিদিনে উক্ত সমস্যাটি উদ্ভৱ হৈ আহিছে। ইফালে ভাৰতীয় সেনা ছাউনিৰ কৰ্তৃপক্ষই উদঙীয়া গৰুবোৰক বন্দী কৰি ৰখাৰ বিশেষ ব্যৱস্থা কৰি সমস্যাটি সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সমস্যাটি আজিও ৰাইজে সমাধানৰ মুখ নেদেখিলে। মিছামাৰীত উদঙীয়া গৰুৰ সমস্যাটি সমাধান কৰাৰ বাবে ৰাইজে দাবী জনাইছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.