ETV Bharat / state

শোণিতপুৰত কৰ'ণা ৰোগীৰ সংখ্যা ১২৩ জনলৈ বৃদ্ধি

শোণিতপুৰ জিলাৰ মিছামাৰীৰ সেনাৰ ১৮০ নং চিকিৎসালয়ত বৃহস্পতিবাৰে পুনৰ চাৰিগৰাকীৰ দেহত কৰ'ণা পজিটিভ চিনাক্ত কৰা হৈছে । শোণিতপুৰত কৰ'ণা পজিটিভ ৰোগীৰ সংখ্যা ১২৩ লৈ বৃদ্ধি হয় ।

Today 11 new corona cases fund in sonitpur district, Totall cases rises to 123

author img

By

Published : Jun 18, 2020, 6:22 PM IST

তেজপুৰ, ১৮ জুন : শোণিতপুৰ জিলাৰ মিছামাৰীৰ সেনাৰ ১৮০ নং চিকিৎসালয়ত বৃহস্পতিবাৰে পুনৰ চাৰিগৰাকীৰ দেহত কৰ'ণা পজিটিভ চিনাক্ত কৰা হৈছে । বৰ্তমানলৈ উক্ত সেনা চিকিৎসালয়ত কৰ'ণা ৰোগীৰ সংখ্যা দহ জনলৈ বৃদ্ধি পায় ।

Today 11 new corona cases fund in sonitpur district, Totall cases rises to 123
শোণিতপুৰত কৰ'ণা ৰোগীৰ সংখ্যা ১২৩ জনলৈ বৃদ্ধি
আনহাতে, বৃহস্পতিবাৰে বিয়লি বহি:ৰাজ্যৰ পৰা অহা ৭ গৰাকী লোকৰ শৰীৰত পুনৰ কোভিড-১৯ পজিটিভ চিনাক্ত কৰা হৈছে । ইয়াকেলৈ শোণিতপুৰত কৰ'ণা পজিটিভ ৰোগীৰ সংখ্যা ১২৩ লৈ বৃদ্ধি হয় ।

লগতে পঢ়ক : খেৰণিত হাইস্কুলৰ পৰিৱেশ সলনি কৰিলে কোৱাৰেন্টাইন লোকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.