ETV Bharat / state

ৰাইজে আটক কৰি আৰক্ষীক গতালে চোৰ

আৰক্ষীৰ নিৰপত্তাৰ ফোপোলা স্বৰূপ উদঙাই ৰেলৱে গাৰ্ড কাউঞ্চিল কাৰ্যালয়ৰ তলা ভাঙি চিলিং ফেন, ৱাৰ্ল ঘড়ী আৰু অনুভাষ যন্ত্ৰটি চুৰি কৰি লৈ যায় চোৰে ৷ ইয়াৰ উপৰিও ৰেলৱে কৰ্মচাৰী ৰঞ্জিত কুমাৰ ঠাকুৰৰ চাইকেলখনো চোৰ কৰি লৈ যায় চোৰে ৷

Theft at Rangapara of Sonitpur
ৰঙাপৰাত চুৰিকাণ্ডঃ ৰাইজে আটক কৰিছে অভিযুক্ত চোৰক
author img

By

Published : Jun 4, 2020, 12:55 PM IST

ৰঙাপৰা, 4 জুন: লক ডাউনৰ মাজতে বুধবাৰে নিশা শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় চুৰি কাণ্ড ৷ আৰক্ষীৰ নিৰপত্তাৰ ফোপোলা স্বৰূপ উদঙাই ৰেলৱে গাৰ্ড কাউঞ্চিল কাৰ্যালয়ৰ তলা ভাঙি চিলিং ফেন, ৱাৰ্ল ঘড়ী আৰু অনুভাষ যন্ত্ৰটি চুৰি কৰি লৈ যায় চোৰে ৷ ইয়াৰ উপৰিও ৰেলৱে কৰ্মচাৰী ৰঞ্জিত কুমাৰ ঠাকুৰৰ চাইকেলখনো চোৰ কৰি লৈ যায় চোৰে ৷

ৰঙাপৰাত চুৰিকাণ্ডঃ ৰাইজে আটক কৰিছে অভিযুক্ত চোৰক

অৱশ্যে স্থানীয় ৰাইজে বৃহস্পতিবাৰৰ পুৱাই উক্ত চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগত ৰমেশ শ্বাহ নামৰ এজন যুৱকক আটক কৰিছে ৷ আটক হোৱা ৰঙাপৰা ৰেলৱে কলনিৰ বাসিন্দা ৰমেশ শ্বাহে ইয়াৰ পূৰ্বেও এনেদেৰ চৌৰ্য বৃত্তিত লিপ্ত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ যুৱকজনক আটক কৰি ইতিমধ্যে ৰঙাপৰা আৰক্ষীক গতাই দিছে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ কলগাছিয়াৰ ধৰ্মপুৰত ঋণ মাফৰ দাবীৰে মহিলাৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.