ETV Bharat / state

বিজ্ঞানৰ যুগত এইয়া কি ঘটিছে তেজপুৰত ?? - assam news

তেজপুৰৰ পাঁচ নম্বৰ ওৱাৰ্ডৰ ৰানু সিং ৰোডত থকা এটি শিৱ মন্দিৰত সংঘটিত হৈছে এই ঘটনা ৷ মহাদেৱৰ বাহন নন্দীৰ এটা মূৰ্তিয়ে পান কৰিছে গাখীৰ

নন্দিৰ মুখত গাখীৰ !
author img

By

Published : Jul 29, 2019, 10:08 PM IST

তেজপুৰ,২৯ জুলাই: তেজপুৰত অলৌকিক ঘটনা । এটি কংক্ৰিটৰ মূৰ্তিয়ে পান কৰিছে গাখীৰ ৷ তেজপুৰৰ পাঁচ নম্বৰ ওৱাৰ্ডৰ ৰানু সিং ৰোডত থকা এটা মহাদেৱ মন্দিৰত সংঘটিত হৈছে এই ঘটনা ৷ মহাদেৱৰ বাহন নন্দীৰ বনাই থোৱা এটি মূৰ্তিয়ে পান কৰিছে গাখীৰ ৷ শাওন মাহৰ দ্বিতীয়টো সোমবাৰৰ বল বমৰ দিনা ৰাজ্যখনৰ শিৱ মন্দিৰ সমূহত ভক্তই শিৱ লিংগত গাখীৰ আথবা পানী ঢালি পূজা অৰ্চনাত ব্যস্ত থকাৰ সময়তে তেজপুৰত সংঘটিত এই ঘটনা ৷ কেমেৰাত বন্দী হোৱা এই দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷ প্ৰকৃততে কিয় এই ঘটনা সংঘটিত হৈছে এই লৈ সচেতন মহলে উৰা বাতৰি নিবিয়পাবলৈ আহ্বান জনাইছে সকলোকে ৷

Intro:নন্দিৰ মুখত গাখীৰ ( !)
Pranab Kumar Das Tezpur
তেজপুৰ,২৯ জুলাই :তেজপুৰত অলৌকিক ঘটনা। মহাদেৱৰ বাহন নন্দিয়ে বল বমৰ দিনা গাখীৰ পান কৰিছে চাওক এক ৰিপৰ্ট।
Body:VO:হয়, শাওন মাহৰ দ্বিতীয়টো সোমবাৰৰ বল বমৰ দিনা ৰাজ্যখনৰ শিৱ মন্দিৰ সমূহত ভক্তই শিৱ লিংগত গাখীৰ আথবা পানী ঢালি পূজা অৰ্চনাত ব্যস্ত থকাৰ সময়তে তেজপুৰত এক অলৌকিক ঘটনা সংঘটিত হয়।

Conclusion:তেজপুৰৰ পাঁচ নম্বৰ ওৱাৰ্ডৰ ৰানু সিং ৰোডত মহাদেৱৰ বাহন কংক্ৰিটৰ নন্দিয়ে গাখীৰ পান কৰাত চাঞ্চ্যলৰ সৃষ্টি হয়।কেৱল ইমানেই নহয় ভক্তই আগবঢ়োৱা গাখীৰ নন্দিয়ে পান কৰাৰ দৃশ্য কেমেৰাত আবদ্ধ হয় ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ ৷
29/7/19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.