ETV Bharat / state

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ 1951 চন কৰাক লৈ তেজপুৰত প্ৰতিক্ৰিয়া

author img

By

Published : Nov 21, 2019, 4:52 PM IST

অসমত পুনৰ নতুনকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হোৱাক লৈ তেজপুৰত প্ৰতিক্ৰিয়া ৷ মুঠ 55 হাজাৰ কৰ্মচাৰীৰ সহযোগিতা আগবঢ়োৱাৰ আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰস্তুত হোৱা এন আৰ চিত 1600 কোটি টকা ব্যয়ৰে জাতিৰ দলিল বুলি অভিহিত কৰা এই এন আৰ চিক ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ 1951 চনৰ ভিত্তি বছৰ ধৰি প্ৰস্তুত কৰিবলৈ লোৱা প্ৰক্ৰিয়াক কঠোৰ ভাৱে সমালোচনা কৰে ।

1951 চন ভিত্তি বৰ্ষ কৰাক লৈ তেজপুৰত প্ৰতিক্ৰিয়া

তেজপুৰ,২১ নৱেম্বৰ: অসমত পুনৰ নতুনকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত হোৱাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে ৰাজ্যসভাত দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰাৰ পিছতে বৃহস্পতিবাৰে তেজপুৰত ছাত্ৰ সংগঠন আৰু বুদ্ধিজীৱী সকলে এইদৰে মন্তব্য কৰে । নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰস্তুত হোৱাৰ পাছত পুনৰ নতুনকৈ 1951 চনৰ ভিত্তিত লৈ এখন নতুন নাগৰিকপঞ্জী প্ৰস্তুত কৰাক লৈ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

1951 চন ভিত্তি বৰ্ষ কৰাক লৈ তেজপুৰত প্ৰতিক্ৰিয়া
মুঠ 55 হাজাৰ কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়োৱা আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰস্তুত হোৱা এন আৰ চিত 1600 কোটি টকা ব্যয়ৰে জাতিৰ দলিল বুলি অভিহিত কৰা এই এন আৰ চিক ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ 1951 চনৰ ভিত্তি বছৰ ধৰি প্ৰস্তুত কৰিবলৈ লোৱা প্ৰক্ৰিয়াক কঠোৰ ভাৱে সমালোচনা কৰে।

লগতে পঢ়ক ঃব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰঃ নিৰ্মলা সীতাৰমণ

Intro:তেজপুৰ,২১ নৱেম্বৰ: অসমত পুনৰ নতুনকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হোৱাকলৈ এতিয়া সৰ্বতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে ৰাজ্যসভাত দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা ঘোষণা কৰাৰ পিছতে আজি তেজপুৰত ছাত্র সংগঠন বুদ্ধিজীৱী সকলে এইদৰে মন্তব্য কৰে ।

Body:নাগৰিকপঞ্জী চুড়ান্ত খচৰা প্ৰস্তুত হোৱাৰ পাছত পুনৰ নতুনকৈ 1951 চনৰ ভিত্তিত লৈ এখন নতুন নাগৰিকপঞ্জী প্ৰস্তুত কৰাক লৈ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
মুঠ 55 হাজাৰ কৰ্মচাৰীৰ সহযোগিতা আগবঢ়োৱাৰ আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰস্তুত হোৱা এন আৰ চি ,ত 1600 কোটি টকা ব্যয়ৰে জাতিৰ দলিল বুলি অভিহিত কৰা এই এন আৰ চি , ক ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ 51 চনৰ ভিত্তি বছৰ ধৰি প্ৰস্তুত কৰিবলৈ লোৱা প্ৰক্ৰিয়া ক কঠোৰ ভাবে সমালোচনা কৰে ।

DL ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
২১/১১/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.