ETV Bharat / state

তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ৮১ টা পথৰ আধাৰশিলা উন্মোচন

পৰাজয় হোৱালৈ ভয় নকৰে সাংসদ তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই

author img

By

Published : Feb 19, 2019, 2:44 AM IST

তেজপুৰ,১৮ ফেব্ৰুৱাৰী: নিৰ্বাচনত পৰাজয় হোৱালৈ ভয় নকৰে সততে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই।
অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি বিতৰণৰ এক অনুষ্ঠানত অংশলৈ এই মন্তব্য কৰে সাংসদ গৰাকীয়ে।

VIDEO
সোমবাৰে শোণিতপুৰ জিলাৰ তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ৮১ টা পথৰ আধাৰশিলা উন্মোচন কৰে গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে
undefined
উদ্ধোধনি অনুষ্ঠানৰ পথ সমূহৰ যি ফলক লগোৱা হৈছিল সেই ফলকখনত তেজপুৰৰ বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীৰ নাম সন্নিবিষ্ট আছিল যদিও সেই সভাৰ আৰম্ভণিৰ পূৰ্বে ৰহস্যজনকভাৱে কলা ফিটা মাৰি নামটো ঢাকি দিয়ে ।
ETV BHARAT
IMAGE 2
আনফালে ঘটনা সন্দৰ্ভত তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ প্ৰতিক্ৰিয়া এইয়া এক নিকৃষ্ট ৰাজনীতি ।এই বিষয়ক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ তেজপুৰতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চ্যলৰ ।সমগ্ৰ ঘটনা সন্দৰ্ভত তেজপুৰৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক প্ৰতিবেদন ।

তেজপুৰ: অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ৰ কৃষি সা সঁজুলি বিতৰণ ৰ অনুষ্ঠান ত গড় কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ই শোণিতপুৰ জিলাৰ তেজপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ৮১ টা পথৰ আধাৰ উন্মোচন কৰে।
উক্ত সভাত এই উদ্ধোধনি অনুষ্ঠান ৰ পথ সমুহ ৰ যি ফলক লগোৱা হৈছিল তাত উল্লেখিত তেজপুৰ ৰ বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী ৰ নাম সন্নিবিষ্ট আছিল যদিও সেই নাম সভাৰ আৰম্ভণি ৰ পূৰ্বেই তাত কলা ফিটা মাৰি নামটো ঢাকি দিলে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.