ETV Bharat / state

বহিঃৰাজ্যৰ পৰা অহা লোকক আদৰিবলৈ সাজু তেজপুৰ কেন্দ্ৰীয় বিদ্যালয় - বহিঃৰাজ্যৰ লোকক আদৰিবলৈ সাজু তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়

শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰত ইতিমধ্য়ে কোৱেৰেণ্টাইন কেন্দ্ৰ সাজু কৰি তুলিছে ৷ বহিঃৰাজ্যৰ পৰা আহিবলগীয়া পাঁচখন জিলাৰ লোকক এই কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হ’ব ৷

tezpur kendriya vidyalaya qurantine centre sonitpur etv bharat news
সাজু তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়
author img

By

Published : May 6, 2020, 4:19 PM IST

তেজপুৰ,৬ মে'ঃ শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰত ইতিমধ্য়ে কোৱেৰেণ্টাইন কেন্দ্ৰ সাজু কৰি তুলিছে ৷ বহিঃৰাজ্যৰ পৰা আহিবলগীয়া পাঁচখন জিলাৰ লোকক এই কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হ’ব ৷ এই প্ৰতিবেদনত জৰিয়তে কোৱাৰেণ্টাইন কেন্দ্ৰৰ ভিতৰভাগৰ দৃশ্য় দেখুৱাবলৈ যত্ন কৰিছে আমাৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসে..

তেজপুৰ,৬ মে'ঃ শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰত ইতিমধ্য়ে কোৱেৰেণ্টাইন কেন্দ্ৰ সাজু কৰি তুলিছে ৷ বহিঃৰাজ্যৰ পৰা আহিবলগীয়া পাঁচখন জিলাৰ লোকক এই কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হ’ব ৷ এই প্ৰতিবেদনত জৰিয়তে কোৱাৰেণ্টাইন কেন্দ্ৰৰ ভিতৰভাগৰ দৃশ্য় দেখুৱাবলৈ যত্ন কৰিছে আমাৰ সাংবাদিক প্ৰণৱ কুমাৰ দাসে..

সাজু তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়

লগতে চাওকঃ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাজু জ’নেল কোৱাৰেণ্টাইন কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.