ETV Bharat / state

ঐতিহাসিক বাণ থিয়েটাৰৰ নতুন প্ৰেক্ষাগৃহৰ শুভাৰম্ভণি

author img

By

Published : Oct 8, 2020, 6:59 PM IST

বৃহস্পতিবাৰে তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰৰ আন্তঃগাঁঠনি আৰু শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহৰ শুভাৰম্ভ কৰা হয় ৷ প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ কাৰ্যত মুঠ 2 কোটি 20 লাখ টকা ব্যয় কৰা হৈছে ৷

Tezpur Baan Theatre's new auditorium
বাণ থিয়েটাৰৰ নতুন প্ৰেক্ষাগৃহৰ শুভাৰম্ভণি

তেজপুৰ,8 অক্টোবৰ : তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰৰ আন্তঃগাঁঠনি আৰু শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহৰ শুভাৰম্ভণি ৷ এতিয়া আৰু আগৰ দৰে দেখা নাপাব সেই আগৰ বাণ থিয়েটাৰ । বৃহস্পতিবাৰৰ পৰা তেজপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সপোনৰ দিঠকত পৰিণত কৰাৰ লক্ষ্যৰে বাণ থিয়েটাৰৰ আন্তঃগাঁথনিৰ উন্নীতকৰণৰ এক মাংগলিক শুভাৰম্ভ কৰা হয় ৷

মুঠ 2 কোটি 20 লাখ টকা ব্যয়ৰে শুভাৰম্ভ এই প্ৰেক্ষাগৃহটো বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই বন্তি প্ৰজ্বলন কৰে ৷ লগতে নাৰিকল ভাঙে বিশিষ্ট শিক্ষাবিদ বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটে আৰু মংগলাচৰণ কৰে বিশিষ্ট সংস্কৃত পণ্ডিত উপেন্দ্ৰ নাথ শৰ্মাই ।

লগতে পঢ়ক: বাল্যবিবাহ : হোজাইত আইন সেৱা প্ৰাধিকৰণে উদ্ধাৰ কৰিলে কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.