ETV Bharat / state

শিক্ষক কৰ্মচাৰীৰ এনপিএছ বিৰোধী ৰাজ্যিক অভিৱৰ্তন - এনপিএছ অধিৱেশ

২৬ আৰু ২৭ চেপ্তেম্বৰত প্ৰাদেশীকৃত অসম হাইস্কুল-হাইমাদ্ৰাছা অৱসৰ আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ এনপিএছ অধিৱেশন অনুষ্ঠিত হ'ব

শিক্ষক কৰ্মচাৰীৰ এনপিএছ বিৰোধী ৰাজ্যিক অভিৱৰ্তন
author img

By

Published : Sep 20, 2019, 3:19 PM IST

চতিয়া, 20 চেপ্তেম্বৰ, জামুগুৰিহাটৰ নাহৰবাৰীস্থিত উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব এনপিএছ((নতুন পেঞ্চন আঁচনি) ) বিৰোধী ৰাজ্যিক অভিৱৰ্তন আৰু প্ৰথম বাৰ্ষিক অধিৱেশন ৷ ২৬ আৰু ২৭ চেপ্তেম্বৰত প্ৰাদেশীকৃত অসম হাইস্কুল-হাইমাদ্ৰাছা অৱসৰ আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ এনপিএছ অধিৱেশন অনুষ্ঠিত হ'ব ৷ ইতিমধ্যে অধিৱেশনৰ বাবে উদযাপন সমিতেয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি গোলাপ চন্দ্ৰ নাথ আৰু সম্পাদক নৃপেন্দ্ৰ নাথ শৰ্মাই শুকুৰবাৰে জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে ৷

Intro:চতিয়া,19 চেপ্তেম্বৰ -প্ৰাদেশীকৃত অসম হাইস্কুল-হাইমাদ্ৰাছা অৱসৰী আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ এনি.পি.এছ(নতুন পেঞ্চন আঁচনি) বিৰোধী ৰাজ্যিক অভিৱৰ্তন আৰু প্ৰথম বাৰ্ষিক অধিৱেশনখনি অহা ২৬ আৰু ২৭ ছেপ্তেম্বৰত জামুগুৰিহাটৰ নাহৰবাৰীস্থিত উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব৷ইতিমধ্যে অধিৱেশনৰ বাবে উদযাপন সমিতেয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷Body:অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি গোলাপ চন্দ্ৰ নাথ আৰু সম্পাদক নৃপেন্দ্ৰ নাথ শৰ্মাই আজি জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত এক সংবাদমেল অনুষ্ঠিত কৰি জানিবলৈ দিয়ামতে ২০১৮ বৰ্ষৰ ৫ আগষ্টত তেজপুৰত ৰাজ্যিক পৰ্য্যায়ত “অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা”(নৱ পদ প্ৰাদেশীকৃত) গঠণ কৰি এখন তদৰ্থ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি গঠণ কৰে৷তদৰ্থ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক খনে আজি এটা বছৰে চৰকাৰী পক্ষৰ লগত নাৰ্য্য দাবীক লৈ যোগাযোগ অব্যাহত ৰাখিছে৷Conclusion:এই প্ৰক্ৰিয়াত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰিব বিচৰাত যোৱা ১৮ আগষ্টত গুৱাহাটীত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভাত আলোচনা মৰ্মে অৱসৰী আৰু কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ মিলিত শক্তিৰে এখন পূৰ্ণ পৰ্য্যায়ৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি গঠণ কৰাৰ প্ৰয়াসৰে এইসকল শিক্ষক কৰ্মচাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ দাবী চৰকাৰৰ ওচৰত বলিষ্ঠভাৱে উপস্থাপন কৰাৰ বাবেই অহা ২৬ আৰু ২৭ ছেপ্টেম্বৰত জামুগুৰিহাটত এই ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে বুলি সন্হাই জানিব দিয়ে৷উল্লেখ্য যে সন্হাই ইতিমধ্যে সুবিধা সমুহ শিক্ষক সকলে লাভ কৰিবলৈ বহু কেইটা আৰ্জিও চৰকাৰৰ ওচৰত উথ্বাপন কৰিছে ৷
Byte - সন্হাৰ সভাপতি ৷
Pransankar bhuyan
Sootea
Etv bharat ( assam)
19/9/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.