তেজপুৰ, 15 মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ তুংগত দেশৰ ৰাজনীতি ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সাজু হৈছে চি পি আই (এম) দল । বৃহস্পতিবাৰে তেজপুৰতচাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, এৰিয়া টকা আদায় নিদিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদক তথা চি পি আই (এম) দলৰ নেতা ৰয়েল চৰেঙে ৷ চাহ শ্ৰমিক ৰাইজক কৰি অহা চৰম প্ৰতাৰণাৰ ফল এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰে ভুগিব লাগিব বুলি মন্তব্য কৰে চি পি আই (এম) দলৰ নেতাগৰাকীয়ে ৷
চাহ শ্ৰমিক ৰাইজক প্ৰতাৰণা কৰাৰ ফল ভুগিব বিজেপিয়ে : ৰয়েল চৰেং - চি পি আই (এম)
নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সাজু হৈছে চি পি আই (এম) দল
চাহ শ্ৰমিক ৰাইজক প্ৰতাৰণা কৰাৰ ফল ভুগিব বিজেপিয়ে
তেজপুৰ, 15 মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ তুংগত দেশৰ ৰাজনীতি ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক এসেকা দিবলৈ সাজু হৈছে চি পি আই (এম) দল । বৃহস্পতিবাৰে তেজপুৰতচাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, এৰিয়া টকা আদায় নিদিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদক তথা চি পি আই (এম) দলৰ নেতা ৰয়েল চৰেঙে ৷ চাহ শ্ৰমিক ৰাইজক কৰি অহা চৰম প্ৰতাৰণাৰ ফল এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰে ভুগিব লাগিব বুলি মন্তব্য কৰে চি পি আই (এম) দলৰ নেতাগৰাকীয়ে ৷
Slug-- চাহ শ্ৰমিক ৰাইজক প্ৰতাৰণা কৰাৰ ফল ভূগিব বিজেপিয়েঃ ৰয়েল চৰেং
তেজপুৰ : নিৰ্বাচনী ৰন দংকা বাজিছে ৷সাজু হৈছে চাহ শ্ৰমিকৰ লগত চি পি আই (এম) দলো ৷- চাহ শ্ৰমিক ৰাইজক কৰি অহা চৰম প্ৰতাৰণাৰ ফল ভূগিব লাগিব বিজেপি চৰকাৰখনে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক একসেকা দিবলৈ সাজু হৈছে চি পি আই (এম) দল। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, এৰিয়া টকা আদায় নিদিয়া চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদনক ৰয়েল চৰেং।
Byte:
Pranab kumar Das,Tezpur
15/3/19