ETV Bharat / state

জামুগুৰিহাটত টাইকোৱাণ্ডোৰ বিশেষ পৰীক্ষা - জামুগুৰিহাটত টাইকোৱাণ্ডোৰ বিশেষ পৰীক্ষা

জামুগুৰিহাটৰ এক্টিভ ৱাৰিয়ৰ টাইকোৱাণ্ডো একাডেমিৰ উদ্যোগত প্ৰশিক্ষাৰ্থীৰ মাজত বিশেষ পৰীক্ষা আয়োজন কৰা হয় । মুখ্য প্ৰশিক্ষক সঞ্জয় গায়নৰ নেতৃত্বত আয়োজিত এই পৰীক্ষাত অৱতীৰ্ণ প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন প্ৰকাৰৰ বেল্ট প্ৰদান কৰা হয় ।

জামুগুৰিহাটত টাইকোৱাণ্ডোৰ বিশেষ পৰীক্ষা
জামুগুৰিহাটত টাইকোৱাণ্ডোৰ বিশেষ পৰীক্ষা
author img

By

Published : Feb 14, 2021, 8:44 PM IST

চতিয়া,১৪ ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এক্টিভ ৱাৰিয়ৰ টাইকোৱাণ্ডো একাডেমিৰ উদ্যোগত সমগ্ৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে দীৰ্ঘ সময়ধৰি টাইকোৱাণ্ডো প্ৰশিক্ষণৰ আয়োজন কৰি আহিছে । শনিবাৰৰ পৰা এই প্ৰশিক্ষাৰ্থী সকলৰ মাজত বিশেষ পৰীক্ষা আয়োজন কৰা হয় ।

মুখ্য প্ৰশিক্ষক সঞ্জয় গায়নৰ নেতৃত্বত আয়োজিত এই পৰীক্ষাত অৱতীৰ্ণ প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন প্ৰকাৰৰ বেল্ট প্ৰদান কৰা হয় ।

উল্লেখ যে অসম টাইকোৱাণ্ডো, ৱৰ্লড টাইকোৱাণ্ডো ফেডাৰেচন, এছিয়ান টাইকোৱাণ্ডো ইউনিয়ন, ইণ্ডিয়ান টাইকোৱাণ্ডো আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত আয়োজন কৰা হয় এই পৰীক্ষা ।

লগতে পঢ়ক: নতুন অসমীয়া ছবি ‘একলব্য’ৰ প’ষ্টাৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.