ETV Bharat / state

ঢেকীয়াজুলিত পথ দুৰ্ঘটনা : থিতাতে নিহত দুই

author img

By

Published : Nov 26, 2020, 4:39 PM IST

ঢেকিয়াজুলিৰ গেজেঙ্গাগুৰিত ট্ৰাক আৰু টমটমৰ মুখামুখি সংঘৰ্ষ ৷ সংঘৰ্ষৰ ফলত থিতাতে নিহত দুই ৷

থিতাতে নিহত দুই
ঢেকীয়াজুলিত পথ দুৰ্ঘটনা

তেজপুৰ, 26 নবেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গেজেঙ্গাগুৰিত শোকাবহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত দুজন ৷

ওৰাঙৰ দিশৰ পৰা ঢেকিয়াজুলি দিশে অহা টমটম আৰু বিপৰীত দিশৰ পৰা অহা AS01 8545 নম্বৰৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয় ৷ ফলত টমটম আৰোহী ৰিপুঞ্জয় শৰ্মা আৰু ব্ৰজেন শৰ্মা থিতাতে নিহত হয় ৷ নিহত দুয়ো সম্বন্ধত ভিনিহীয়েক-খুলশালি বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে ঢেকিয়াজুলিৰ যানবাহন আৰক্ষীয়ে ৷

লগতে পঢ়ক : চাৰিদুৱাৰত চুৰি মটৰ চাইকেলসহ আটক দুই চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.