ETV Bharat / state

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ

শনিবাৰে নিশা তিনিটা বনৰীয়া হাতী প্ৰৱেশ কৰি ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ঠাকুৰবাৰী গাঁৱত উপদ্ৰৱ চলায় ।

Rangapra wild elephant attack
ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ
author img

By

Published : May 17, 2020, 12:31 PM IST

ৰঙাপৰা,17 মেঃ ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ । শনিবাৰে নিশা তিনিটা বনৰীয়া হাতী প্ৰৱেশ কৰি উপদ্ৰৱ চলায় অঞ্চলটোত । উল্লেখ্য যে, ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ঠাকুৰবাৰী গাঁৱৰ ইন্দুমণি মুণ্ডা নামৰ এগৰাকী মহিলাৰ পাকঘৰৰ লগতে বাসগৃহ ভাঙি থৈ যায় হাতীৰ জাকটোৱে ।

ৰঙাপৰাত বনৰীয়া হাতীৰ তাণ্ডৱ

ইয়াৰ উপৰিও বেলমতী কৰ্মকাৰ নামৰ আন এগৰাকী মহিলাৰ দোকানৰ গৃহৰ টিনৰ চালি খহাই থৈ যায় হাতীৰ জাকটোৱে । দীৰ্ঘদিন ধৰি অঞ্চলটোত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাই অহাৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়ক-কৃষি অৰ্থনীতি সৱল কৰাৰ সম্ভাৱনাৰে পুষ্ট অসমঃ মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.