ETV Bharat / state

ৰঙাপৰাত সমন্বয় সমিতিৰ উদ্যোগত বিহুৰ কৰ্মশালা

অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন ৷ সকলো ব্যস্ততাৰ মাজতো ৰঙাপৰা অঞ্চলটোত ঢোল-পেঁপাৰ শব্দত মুখৰিত হৈ পৰিছে । ঢুলীয়াৰ ঢোলৰ শব্দত ৰজনজনাই গৈছে চাৰিওদিশ ৷ ফাগুনৰ পচোৱাই মন উন্মাদ কৰাৰ পিছে পিছে কুলি কেতেকীৰ মাতেও শুৱনি কৰিলে চৌদিশ ৷ মদাৰ, শিমলু, পলাশৰ লগে লগে ফুলিল কপৌফুল ৷ চৌদিশে বসন্তৰ আগমনত মন উন্মনা, উন্মুক্ত প্ৰেমৰ আকুল আহ্বান ।

author img

By

Published : Mar 31, 2019, 4:10 PM IST

ৰঙাপৰাত সমন্বয় সমিতিৰ উদ্যোগত বিহুৰ কৰ্মশালা

ৰঙাপৰা,31 মাৰ্চঃএনে সময়তে ৰঙাপৰাত বাপতি সাহোন বিহুটিক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্ততি ৷ নৱপ্ৰজন্মৰ মাজত বিহু কলা-কৃষ্টি জীয়াই ৰাখিবলৈ ৰঙাপৰা সমন্বয় সমিতিৰ উদ্যোগত এমাহীয়া এক বিহু কৰ্মশালা চলি আছে । তেজপুৰৰ গুলেশ্বৰ বড়ো আৰু তেখেতৰ পত্নী কবিতা স্বৰ্গীয়াৰীয়ে ৰঙাপৰাৰ নৱপ্ৰজন্মৰ মাজত বিহু নৃত্যৰ প্ৰশিক্ষণ দিছে। কৰ্মশালাত ঢোল, পেঁপাৰ চেৱে চেৱে কঁকাল ঘূৰাইনাচনীয়ে মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে ৷

Intro:ৰঙাপৰাত সমন্বয় সমিতিৰ উদ্যোগত বিহুৰ কৰ্মশাল।Body:ৰঙাপৰাঃ অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইদিন বাকী৷ সকলো ব্যস্ততাৰ মাজতে ৰঙাপৰাৰ অঞ্চল ঢোল-পেঁপাৰ শব্দত মুখৰিত হৈ পৰিছে। ঢুলীয়াৰ ঢোলৰ শব্দত ৰজনজনাই গৈছে চাৰিওদিশ৷ ফাগুনৰ পচোৱাই মন উন্মাদ কৰাৰ পিছে পিছে কুলি কেতেকীৰ মাতেও শুৱনি কৰিলে চৌদিশ৷ মদাৰ, শিমলু, পলাশৰ লগে লগে ফুলিল কপৌফুল৷ চৌদিশে বসন্তৰ আগমনত মন উন্মনা, উন্মুক্ত প্ৰেমৰ আকুল আহ্বান। এনে সময়তে ৰঙাপৰাত বাপতি সাহোন বিহুটিক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্ততি৷ নৱপ্ৰজন্মৰ মাজত বিহু কলা-কৃষ্টি জীয়াই ৰাখিবলৈ ৰঙাপৰা সমন্বয় সমিতিৰ উদ্যোগত এমাহীয়া এক বিহু কৰ্মশালা চলি আছে। তেজপুৰৰ গুলেশ্বৰ বড়ো আৰু তেখেতৰ পত্নী কবিতা স্বৰ্গীয়াৰীয়ে ৰঙাপৰাৰ নৱপ্ৰজন্মৰ মাজত বিহু নৃত্যৰ প্ৰশিক্ষণ দিছে। কৰ্মশালাত ঢোল, পেঁপাৰ ছেঁৱে ছেঁৱে কঁকাল ঘূৰাই ঘূৰাই নাচিছে নাচনীসকল মতলীয়া হৈ পৰা পৰিলক্ষিত হয়।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.