ETV Bharat / state

কুইক ৰিয়েকচন চাৰফেছ এয়াৰ মিছাইল সফল ভাবে পৰীক্ষণ - চিলিণ্ডাৰ কঢ়িয়াই

শুকুৰবাৰে উৰিষ্যাৰ সাগৰীয় উপকূলত বিয়লি ৩.৫০ বজাত সফল ভাবে পৰীক্ষণ কৰা হয় বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই । এইটো এটা বেটাৰী সংযুক্ত ৰাডাৰ, বেটাৰী পৰিচালিত ৰাডাৰ, বেটাৰী দ্বাৰা পৰিচালিত বাহন আৰু মোবাইলৰ দ্বাৰা লন্স কৰিব পৰা ৬তা চিলিণ্ডাৰ কঢ়িয়াই নিব পৰা ব্যৱস্থা আছে ।

QRSAM Missile System Achieves Major Milestone
কুইক ৰিয়েকচন চাৰফেছ এয়াৰ মিছাইল সফল ভাবে পৰীক্ষণ
author img

By

Published : Nov 13, 2020, 10:02 PM IST

তেজপুৰ,13 নৱেম্বৰঃ প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন পৰীক্ষা গৱেষণাগাৰ ডি আৰ ডি অ, ডি আৰ ডি এল, আৰ চি আই আদিৰ সহযোগিতাত ভাৰতে শুকুৰবাৰে কুইক ৰিয়েকচন চাৰফেছ এয়াৰ মিছাইল সফল ভাৱে পৰীক্ষণ কৰে ।

QRSAM Missile System Achieves Major Milestone
কুইক ৰিয়েকচন চাৰফেছ এয়াৰ মিছাইল সফল ভাবে পৰীক্ষণ
ই প্ৰতিৰক্ষা বিভাগৰ এটা মাইলৰ খুটি হিচাবে পৰিচিত হয় । এই মিছাইলে পোনপটীয়াকৈ নিৰ্দিষ্ট সময়ৰ টাৰ্গেট কৰিব পৰা পাইলত বিহীন এয়াৰ ক্ৰাফ্ট বহুত কম ৰেঞ্জ উচ্চতাত লক্ষ্য কৰিব পাৰে । শুকুৰবাৰে উৰিষ্যাৰ সাগৰীয় উপকুলত বিয়লি ৩.৫০ বজাত সফল ভাৱে পৰীক্ষণ কৰা হয় বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই । এইটো এটা বেটাৰী সংযুক্ত ৰাডাৰ, বেটাৰী পৰিচালিত ৰাডাৰ, বেটাৰী দ্বাৰা পৰিচালিত বাহন আৰু মোবাইল দ্বাৰা লন্স কৰিব পৰা ৬তা চিলিণ্ডাৰ কঢ়িয়াই নিব পৰা ব্যৱস্থা আছে ।

তাৰোপৰি বহু কম সময়ত সহজ ৰেঞ্জ আৰু ঘাটক অঞ্চলৰ পৰা পোনতেই প্ৰক্ষেপ কৰিব পৰা ব্যৱস্থা আছে ।

এই মিছাইল পৰীক্ষণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সকলো বৈজ্ঞানিক আৰু বিভিন্ন ক্ষেত্ৰৰ বিজ্ঞজনক শুভেচ্ছা জ্ঞাপন কৰে আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে শলাগ লয়।

লগতে পঢ়কঃ সমষ্টি পৰিবৰ্তন হ’ব অগপৰ বহু জ্যেষ্ঠ নেতাৰ: টিকটক লৈও সংকট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.