ETV Bharat / state

আছুক আৰ্থিকভাবে সহায়ৰ হাত তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ

author img

By

Published : Dec 13, 2019, 11:31 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ কৰিলে বিশ্ববিদ্যালয়খনৰৰ ছাত্ৰ-ছাত্ৰীয়ে

তেজপুৰ বিশ্ববিদ্যালয়
আছুক আৰ্থিকভাবে সহায়ৰ হাত তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ

তেজপুৰ, 13 ডিচেম্বৰঃ পুনৰ প্ৰতিবাদমুখৰ তেজপুৰ বিশ্ববিদ্যালয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰতিবাদ কৰিলে বিশ্ববিদ্যালয়খনৰৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাক আৰ্থিক আৰু মানসিকভাৱে সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷

Intro:Body:

TU protest

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.