তেজপুৰ, 18আগষ্টঃ ৰাজ্যৰ চুপাৰি ছিণ্ডিকেটত একাংশ আৰক্ষী বিষয়া ৰাজনৈতিক ছত্ৰছায়াত জড়িত হৈ থকা বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ সময়ত নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে তেজপুৰত সাংবাদিকক কয় যে, সাংবাদিকে বাতৰি লিখিলেই নহ'ব । এনেয়েও লিখিব পাৰে বাতৰিবোৰ । যদি তথ্য প্ৰমাণ নাই অনাহকতে কাৰোবাক মানসিক নিৰ্যাতন চলোৱাটোক সমৰ্থন নকৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে কয় যে বিষয়টো চৰকাৰে অনুসন্ধান কৰিবলৈ সংকেতৰ প্ৰয়োজন ৷ এতিয়ালৈকে কোনোধৰণৰ সংকেত পোৱা নাই বাবেই অনুসন্ধান কৰিব পৰা নাই বুলি জনাই মন্ত্ৰীগৰাকীয়ে ৷
সাংবাদিকলৈ সাৱধানবাণী মন্ত্ৰী পিয়ুষ হাজৰিকাৰ - অসমৰ চুপাৰি ছিণ্ডিকেট
চুপাৰি চিণ্ডিকেট সন্দৰ্ভত বাতৰি প্ৰকাশ কৰাৰ ক্ষেত্ৰত সাংবাদিকক সাৱধান হ'বলৈ আহ্বান মন্ত্ৰী পিয়ুষ হাজৰিকাৰ
তেজপুৰ, 18আগষ্টঃ ৰাজ্যৰ চুপাৰি ছিণ্ডিকেটত একাংশ আৰক্ষী বিষয়া ৰাজনৈতিক ছত্ৰছায়াত জড়িত হৈ থকা বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ সময়ত নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে তেজপুৰত সাংবাদিকক কয় যে, সাংবাদিকে বাতৰি লিখিলেই নহ'ব । এনেয়েও লিখিব পাৰে বাতৰিবোৰ । যদি তথ্য প্ৰমাণ নাই অনাহকতে কাৰোবাক মানসিক নিৰ্যাতন চলোৱাটোক সমৰ্থন নকৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে কয় যে বিষয়টো চৰকাৰে অনুসন্ধান কৰিবলৈ সংকেতৰ প্ৰয়োজন ৷ এতিয়ালৈকে কোনোধৰণৰ সংকেত পোৱা নাই বাবেই অনুসন্ধান কৰিব পৰা নাই বুলি জনাই মন্ত্ৰীগৰাকীয়ে ৷
Body:তেওঁ লগতে চালে বেৰে কোবাই বাতৰি পৰিবেশন কৰাতকৈ অনুসন্ধানৰ বাবে যদিহে তথ্য প্ৰমাণ আছে সেয়া দিবলৈ সাংবাদিক কলে আজি তেজপুৰত ।
মন্ত্ৰী হাজৰিকাই পুনৰ কয় যে বিষয় তো চৰকাৰে অনুসন্ধান কৰিবলৈ clue লাগিব । আৰু clue বিচাৰি পোৱা নাই বাবেই অনুসন্ধান কৰিব নোৱাৰি ।
BITE: পিয়ুছ হাজৰিকা ।
Conclusion:উল্লেখযোগ্য যে দেওবাৰে তেজপুৰত জিলা পুথি ভঁৰাল প্ৰেক্ষ্যগৃহত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনত ২১৫ টা আত্ম সহায়ক গোটক ১৫ ৰ পৰা ২৫ লাখ টকাৰ চেক বিতৰণ কাৰ্য্যসূচী ত অংশ গ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে সাংবাদিক ৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয় ।
প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
১৮/৮/১৯