ETV Bharat / state

অগণতান্ত্ৰিক পন্থাৰ আন্দোলন চৰকাৰে কোনো কাৰণত মানি নলয়! - তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস

বুধবাৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে তেজপুৰৰ আৱৰ্ত ভৱনত উপস্থিত হৈ মন্তব্য কৰে যে অগণতান্ত্ৰিক পন্থাৰ আন্দোলন চৰকাৰে কোনো কাৰণত মানি নলয় ৷ প্ৰথম বাৰৰ বাবে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷

tezpur
তেজপুৰ
author img

By

Published : Dec 26, 2019, 7:02 PM IST

তেজপুৰ, 26 ডিচেম্বৰঃ প্ৰথম বাৰৰ বাবে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বুধবাৰে সাংসদ গৰাকীয়ে তেজপুৰ আৱৰ্ত ভৱনত উপস্থিত হৈ বিজেপিৰ কাৰ্যকৰ্তা সকলৰ লগত এক সুকীয়া আলোচনাত মিলিত হয় ৷

সংশোধিত নাগৰিকত্ব আইনৰ ওপৰত পল্লৱ লোচন দাসৰ প্ৰতিক্ৰিয়া
তেওঁ কয় যে, অগণতান্ত্ৰিক পন্থাৰ আন্দোলন চৰকাৰে কোনো কাৰণত মানি নলয় । লগতে তেওঁ কয় যে সদৌ অসম ছাত্ৰ সন্থাই আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ লগতে সকলো ছাত্ৰ সংগঠনে এই গণতান্ত্ৰিক আন্দোলনক সন্মান কৰে । ইয়াৰোপৰিও তেওঁ কয় যে সকলোৰে আন্দোলন কৰাৰ অধিকাৰ আছে আৰু চৰকাৰে শুনাৰো প্ৰয়োজন আছে । তেওঁ উল্লেখ কৰে যে চৰকাৰে এই আন্দোলন শুনিছে, কিন্তু এতিয়া এই বিষয়তো উচ্চতম ন্যায়ালয়ৰ অধীনত আছে ৷ আগন্তুক 2010 চনৰ 22 জানুৱাৰীত উচ্চতম ন্যায়ালয়ে যি ৰায় বা নিৰ্দেশ দিব সেয়া চৰকাৰেও মানিব আৰু সকলোৱে মানিব বুলি সাংসদ গৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক - আদাবাৰী আৰু বৰবাহাত শোকাৱহ পথ দুৰ্ঘটনা :নিহত 1,আহত 3

তেজপুৰ,২৬ ডিচেম্বৰ: প্ৰথম বাৰৰ বাবে তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ ওপৰত মন্তব্য ।
সাংসদ দাসে আজি তেজপুৰ আৱৰ্ত ভৱনত বিজেপিৰ কাৰ্যকৰ্তা ৰ লগত এক সুকীয়া আলোচনাত মিলিত হোৱাৰ সময়ত সাংবাদিকক কয় যে অ-গণতান্ত্ৰিক পন্থাৰ আন্দোলন চৰকাৰে কোনো কাৰণত মানি নলয় ।তেওঁ সদৌ অসম ছাত্ৰ সন্থাই আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ লগতে সকলো ছাত্ৰ সংগঠনৰ এই গণতান্ত্ৰিক আন্দোলনক সন্মান কৰে ।

আৰু কয় যে আন্দোলন কৰাৰ অধিকাৰ আছে আৰু চৰকাৰে শুনাৰো প্ৰয়োজন আছে । তেওঁ কয় যে চৰকাৰে শুনিছে , কিন্তু এতিয়া এই বিষয় তো উচ্চতম ন্যায়ালয়ৰ অধীনত আছে অহা ২২ জানুৱাৰী ২০২০ চনত উচ্চতম ন্যায়ালয়ে যি ৰায় বা নিৰ্দেশ দিব সেয়া চৰকাৰে ও মানিব আৰু সকলোৱে মানিব ।

চাওক আমাৰ এই প্ৰতিবেদন । un cut ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
২৬/১২/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.